• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 14, 2020 6:48 am
IMG-20201213-WA0021

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সপ্তবিংশতম দ্বি-বাৰ্ষিক অধিৱেশনৰ সাধাৰণ সভাই গঠন কৰি দিয়া শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান দেওবাৰে কৰ্মচাৰী ভৱনত অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিজয় কৃষ্ণ দত্তই। স্মৃতি তৰ্পণ কৰি অনুষ্ঠান মুকলি কৰে জিলা উপদেষ্টা দিনেশ চন্দ্ৰ কোঁৱৰে।

Apply Now

শপত গ্ৰহণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা। উপায়ুক্ত গৰাকীয়ে শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলক শুভেচ্ছা জনোৱাৰ লগতে জিলাখনৰ উন্নয়ণৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।

নতুন কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলক শপত বাক্য পাঠ কৰায় ‘নৰ্থইষ্ট বাৰ কাউন্সিলৰ’ সহকাৰী অধ্যক্ষ, ডিব্ৰুগড় উকীল সন্থাৰ সভাপতি তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজিত বৰগোঁহাইয়ে।

অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, ভাৰতীয় ষ্টেট বেংক শিৱসাগৰ শাখাৰ উপ প্ৰৱন্ধক ত্ৰিদিপ জ্যোতি শইকীয়া, সাপেখাতী খণ্ডৰ শিক্ষা বিষয়া প্ৰণৱ গগৈৰ লগতে বহু গণ্য মান্য ব্যক্তি।

উল্লেখ্য যে শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ নৱ নিযুক্ত সভাপতি বিজয় কৃষ্ণ দত্ত, উপ সভাপতি ৰাজেন মিলি, বিকাশ চলিহা, দাদুল কোঁৱৰ, ভৰত বৰুৱা, সম্পাদক ভাস্কৰ বিশ্বনাথ, সহকাৰী সম্পাদক হৰেশ দাস, আদিত্য ভট্টাচাৰ্য, নলিনী গোঁহাই, সাংগঠনিক সম্পাদক দিগন্ত বৰুৱা, কুল তামুলী দিলীপ বৰা, কোষাধ্যক্ষ জয়ন্ত বৰা, কাৰ্যনিৰ্বাহক সদস্য সোমনাথ বৰা, বুবু কুমাৰ গগৈকে ধৰি ৪১ জন বিষয়ববীয়া তথা সদস্যই শপত গ্ৰহণ কৰে।

শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা হিচাপে দীনেশ চন্দ্ৰ কোঁৱৰ, প্ৰমোদ চন্দ্ৰ গোস্বামী আৰু ৰূপজ্যোতি হাজৰিকাক মনোনীত কৰে।

অনুষ্ঠানত শিৱসাগৰ আঞ্চলিক  কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত ৩১ জন বিষয়ববীয়া তথা সদস্যই শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি ফুলেশ্বৰ সন্দিকৈ, কমলেশ্বৰ শইকীয়াৰ লগতে বহুকেইগৰাকী প্ৰাক্তন বিষয়ববীয়া উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd