DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য ক’ভিড পৰিস্থিতি! শিৱসাগৰত নতুনকৈ ১৮০ জন আক্ৰান্ত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 23, 2021 7:48 am
images.jpeg-112-737x375
237
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুদিন ধৰি অপ্ৰতিৰোধ্য হৈ পৰিছে শিৱসাগৰৰ ক’ভিড পৰিস্থিতি। দৈনিক দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা। প্ৰতিদিনেই শিৱসাগৰত ক’ভিড আক্ৰান্তৰ সংখ্যাই নিজৰে ৰেকৰ্ড ভংগ কৰিছে।

শনিবাৰৰ দিনাই সৰ্বাধিক ১৮০ গৰাকীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ। ইপিনে শনিবাৰে শিৱসাগৰত মাত্ৰ এজন ৰোগী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এই দিনটোত ৯৮ গৰাকী লোক সুস্থ হৈ উঠিছে বুলি জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে।

জিলাখনত বৰ্তমানলৈকে ১০৮০ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

ইয়াৰে ৭৯৫ জন লোক হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৯৪ জন,  চ্যুকাফা হাস্পাতালত ১৬জন, আমগুৰি চিএইচচিত ১৮ জন,  লিগিৰীপুখুৰী এচডিচিএইচত ৮ জন, অ’এনজিচি হাস্পাতালত ২২ জন আক্রান্ত চিকিৎসাধীন হৈ আছে।

সেইদৰে, অৰৱান মডেল হাস্পাতালত ৫ জন,  ডিমৌ পলিটেক্নিকত ৭৪ জন, ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতালত ২ জন,  চাহ বাগানৰ হাস্পাতালত ৭৪ জন আৰু বিভিন্ন ব্যক্তিগত চিকিৎসালয়ত ৩ জন ক’ভিড আক্ৰান্তই চিকিৎসা গ্ৰহণ কৰি আছে।

যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে জিলাখনত ২৮৭৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে।

Tags: COVID-19

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd