• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে নলয় সু-পৰিকল্পিত সিদ্ধান্ত! শাসকীয় মন্ত্ৰীৰ কৰ্মৰ বিৰুদ্ধে সৰৱ সিদ্ধাৰ্থ ভট্টাচাৰ্য্য!

মন্ত্ৰিত্ব নোপোৱাৰ বেদনা!সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ক্ষোভ কিয় শাসকীয় মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 16, 2022 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰেই মন্ত্ৰীৰ ব্যৰ্থতা উদঙালে বিজেপিৰ জ্যেষ্ঠ বিধায়কে!

বিজেপিৰ বিধায়কৰ মুখত বিজেপিৰে বিফলতাৰ প্ৰসংগ!

Apply Now

বিজেপিয়ে পৌৰ নিগম দখল কৰিলে চুইচ টিপিলেই ঘৰে ঘৰে খোৱাপানী লাভ কৰিব বুলি এসময়ত বিজেপিৰ জয়গান গাইছিল এইগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

কিন্তু মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হ’ল যদিও কোনো মন্ত্ৰিত্ব লাভ নকৰিলে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

সেয়েহে ডিফুত বিজেপিৰ কাৰ্য্য নিৰ্বাহকত অংশ লৈ সাংবাদিকৰ আগত নগৰ পৰিক্ৰমা দপ্তৰৰ
মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে সৰব প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য!

সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ মতে “পূৰ্বেও ধাৰাসাৰ বৰষুণ হৈছিল। ২০২০ চনত সৰ্বাধিক বৃষ্টিপাত হৈছিল।”

“বাৰিষালৈ অৰ্থাৎ জুলাই মাহলৈকে ৰৈ থাকি গুৱাহাটীৰ নলা চাফা কৰি লাভ নাই। অক্টোবৰ মাহৰ পৰাই গুৱাহাটীৰ নলা চাফা কৰা কাম আৰম্ভ কৰিব লাগে।

ইপিনে, ৩০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ নলা চাফা কৰিবলৈ বিজেপি চৰকাৰে দহখনকৈ চুপাৰ চাকাৰ বাহন ক্ৰয় কৰি আনিছিল।

কিন্তু তাৰ বিফলতাৰ ছবিখনহে প্ৰতিফলিত হ’ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ মুখত।
তেওঁ কয় “চুপাৰ চাকাৰ বাহনৰে ৰোধ কৰিব নোৱাৰি বানপানীৰ সমস্যা। সেয়েহে মোৰ দিনত পৰীক্ষণ কৰি ঘূৰাই পঠিয়াইছিলো চুপাৰ চাকাৰ।”

“সু-পৰিকল্পনা আৰু সময়োচিত পদক্ষেপ নলয় বিজেপি চৰকাৰে।”
সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই মুখ খুলি নক’লেও তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট সেই কথা।

কেৱল ইমানেই নহয়, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সুযোগ বুজি বিজেপিৰ ভুল নীতিক সমালোচনা কৰা দেখিবলৈ পোৱা গ’ ল।

তেওঁ কয় “বৰ্নাত্যক উদ্ধাৰ কৰা সাহায্য দিয়াই একমাত্ৰ সমাধান নহয়; বানপানী হোৱাৰ পূৰ্বে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’ব লাগে।

ইপিনে, গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকোতে গুৱাহাটীত এনেধৰণে বানপানী হ’ব দিয়া নাছিল বুলি দাবী কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

স্মাৰ্ট চিটীৰ ধন কিয় খৰচ নকৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই? নিজেই নিজক প্ৰশ্ন কৰি তেওঁ
ঠিকাদাৰক ধনী কৰিব নিবিচাৰে বুলি উল্লেখ কৰে।

ইপিনে, গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সুৰতেই সুৰ মিলালে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
১০খনকৈ Super Sucker” ট্ৰাক ৩০ কোটি টকা ব্যয় কৰি মন্ত্রী অশোক সিংঘালে পুঁজিৰ অপব্যৱহাৰ কৰিলে বুলি গুৰুতৰ অভিযোগ তোলে বিৰোধী দলপতিগৰাকীয়ে। লগতে মন্ত্ৰী অশোক সিংহালক মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিব লাগে বুলি দাবী কৰে দেৱব্ৰত শইকীয়াই।

যি কি নহওঁক, শাসকীয় দলৰ বিধায়ক হৈয়ো বিজেপি চৰকাৰৰ বিফলতাৰ ছবিখন দাঙি ধৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই যেন এয়া একপ্ৰকাৰৰ ক্ষোভৰে উদগীৰণহে ঘটালে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd