• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যুৰ পিছত সিদ্ধু মুছ ৱালাৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 17, 2024 4:23 pm
29.3k
VIEWS
Share on FacebookShare on Twitter

আততায়ীৰ হাতত জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যু হোৱা ঘটনাই দুটা বছৰ অতিক্ৰম কৰিলে। পিতৃ-মাতৃৰ বুকু সুদা কৰি সিদ্ধু অজান দেশলৈ গুচি গৈছিল যদিও পিতৃ-মাতৃৰ সেই শূন্যতা পূৰণ কৰিবলৈ সিদ্ধুৰ মৃত্যুৰ দুবছৰৰ পিছত পৃথিৱীলৈ আহিল সিদ্ধুৰ ভাতৃ।

জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যুৰ দুবছৰ পিছত গায়কগৰাকীৰ পিতৃ বালকৌৰ সিং আৰু মাতৃ চাৰণ কৌৰে জন্ম দিছে এটি পুত্ৰ সন্তান।  পিতৃত্ব অজৰ্নৰ এই খবৰটো দি সামাজিক মাধ্যমত এখন ছবিও পোষ্ট কৰিছে সিদ্ধুৰ পিতৃৰ  বালকৌৰ সিঙে।

 

View this post on Instagram

 

A post shared by Balkaur Singh (@sardarbalkaursidhu)

জানিব পৰা মতে, ৫৮ বছৰ বয়সত IVF পদ্ধতিৰে গৰ্ভধাৰণ কৰিছিল সিদ্ধুৰ মাতৃ চাৰণ কৌৰে। 

 

View this post on Instagram

 

A post shared by @jindal.heart.ivf

ইয়াৰ পূৰ্বে সিদ্ধুৰ মাতৃয়ে গৰ্ভধাৰণ কৰা খবৰটো সামাজিক মাধ্যমত বিয়পি পৰাৰ সময়ত সিদ্ধুৰ পিতৃয়ে বালকৌৰ সিঙে খবৰটো মিছা বুলি স্পষ্টীকৰণ দিছিল। 

কিন্তু সম্প্ৰতি সংবাদ মাধ্যমৰ আগত বালকৌৰ সিঙৰ ভাতৃ চামকৌৰ সিঙে সিদ্ধুৰ মাতৃয়ে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰটো নিশ্চিত কৰাৰ পিছত এই খবৰ সঁচা বুলি প্ৰমাণিত হৈছে।

উল্লেখ্য, ২০২২ চনৰ ২৯ মে’ত মানছা জিলাৰ জৱাহৰকে গাঁৱত নিজৰ গাড়ীৰ ভিতৰত থকা অৱস্থাতে আততায়ীয়ে সিদ্ধু মুছ ৱালাক হত্যা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৮ বছৰ। একেটা বৰ্ষতে তেওঁ মানছাৰ সমষ্টিৰ কংগ্ৰেছৰ টিকটত পাঞ্জাবী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd