• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰযুক্তি

বিশ্বকৰ্মা পূজাৰ তাৎপৰ্য : কিয় পালন কৰা হয় বিশ্বকৰ্মা পূজা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 3:29 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকৰ্মা পূজা, যাক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়, ই হৈছে ঐশ্বৰিক স্থপতি আৰু ভগৱান বিশ্বকৰ্মাৰ ভক্তিত পালন কৰা এক উল্লেখযোগ্য হিন্দু উৎসৱ। এই শুভ দিনটো হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ১৭ বা ১৮ ছেপ্টেম্বৰত পৰে। শ্ৰমিক শ্ৰেণীৰ বিশেষকৈ শিল্পী, অভিযন্তা, শিল্পীসকলৰ মাজত ইয়াৰ গুৰুত্ব অপৰিসীম।

বিশ্বকৰ্মা পূজাৰ তাৎপৰ্য বুজিবলৈ ভগৱান বিশ্বকৰ্মাক কেন্দ্ৰ কৰি থকা পৌৰাণিক কাহিনীৰ মাজত গভীৰভাৱে সোমাই যোৱাটো অতি প্ৰয়োজনীয়। হিন্দু শাস্ত্ৰ মতে ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থপতি আৰু অভিযন্তা বুলি গণ্য কৰা হয়। ভগৱান ইন্দ্ৰৰ স্বৰ্গ, ভগৱান শ্ৰীকৃষ্ণৰ বাবে দ্বাৰকা নগৰ, দেৱ-দেৱীৰ বাবে বিভিন্ন অস্ত্ৰ-শস্ত্ৰকে ধৰি দেৱতাৰ আকাশী বাসস্থানৰ নিৰ্মাণ বিশ্বকৰ্মাই কৰা বুলি বিশ্বাস কৰা হয়।

Apply Now

কোৱা হয় যে সাগৰ মন্থনৰ পৰাই জন্ম লৈছিল বিশ্বকৰ্মাই। আটাইতকৈ জটিল, সুন্দৰ আৰু ভয়ংকৰ বস্তু সৃষ্টি কৰা ঐশ্বৰিক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল তেওঁ। তেওঁৱেই দেৱতাৰ ঐশ্বৰিক ৰথ আৰু অস্ত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ কাৰুকাৰ্য্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মানুহে উদ্যম আৰু নিষ্ঠাৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে।

বিশ্বকৰ্মা পূজাৰ দিনা কাৰিকৰ আৰু শিল্পীসকলে হাতুৰী, চেলেল, ৱেল্ডিং মেচিন, কম্পিউটাৰ, মট-গাড়ী আদি সঁজুলি ভগৱান বিশ্বকৰ্মাক আগবঢ়ায়। এই সঁজুলি বা যন্ত্ৰবোৰ পৰিষ্কাৰ কৰি সজাই দেৱতাৰ মূৰ্তি বা প্ৰতিমূৰ্তিৰ সন্মুখত ৰখা হয়। আগন্তুক  বছৰটো যাতে সমৃদ্ধিশালী আৰু হয় তাৰবাবে বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা আৰু ৰীতি-নীতি কৰা হয়।

বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰখানা, কৰ্মশালা আৰু নিজৰ কৰ্মস্থলীত পূজা আৰু অনুষ্ঠানৰ আয়োজন কৰা হয়। কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সমন্বয় আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে এই পূজা কৰা হয়।

বহু হিন্দু উৎসৱৰ দৰে বিশ্বকৰ্মা পূজাত খাদ্যৰ ভূমিকা উল্লেখযোগ্য। পৰিয়াল আৰু সম্প্ৰদায়সমূহে একত্ৰিত হৈ সুস্বাদু খাদ্য প্ৰস্তুত আৰু ভাগ-বতৰা কৰে। এই পূজাত মিঠাই, খিচিৰি, পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি প্ৰসাদ হিচাপে বিতৰণ কৰা হয়।

এই উৎসৱ উদযাপনৰ অংশ হিচাপে বহু অঞ্চলত সাংস্কৃতিক অনুষ্ঠান, নৃত্য প্ৰদৰ্শন, আৰু পৰম্পৰাগত সংগীতৰ আয়োজন কৰা হয়। 

বিশ্বকৰ্মা পূজা কেৱল ধৰ্মীয় উৎসৱেই নহয়; ই কাৰুকাৰ্য্য, সৃষ্টিশীলতা আৰু দক্ষ শ্ৰমিকৰ প্ৰতীক। ই হৈছে নিজৰ দক্ষতাৰ জৰিয়তে বিশ্বৰ উন্নয়নত অৰিহণা যোগোৱাসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক সন্মান জনোৱাৰ দিন। এই উৎসৱে শ্ৰমিকসকলৰ মাজত সম্প্ৰদায়বোধৰ প্ৰসাৰ ঘটোৱাৰ লগতে কামৰ প্ৰতি উৎসাহী কৰি তোলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd