DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰু মিজোৰাম চুক্তি স্বাক্ষৰ ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ অন্যতম সফলতা : ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2019 5:29 pm
Himanta Biswa Sarma slams Rahul Gandhi for making spelling error while criticizing PM Modi
633
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে অসম আৰু মিজোৰাম চুক্তি স্বাক্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।

এই দুখন চুক্তিৰ উপৰিও পঞ্জাৱ চুক্তি ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ আন এক সফলতা বুলি নিজৰ টুইটাৰত প্ৰকাশ কৰে ৰাহুলে।

৭৫ সংখ্যক জন্মজয়ন্তীত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি ৰাহুল গান্ধীয়ে অসম, মিজোৰাম আৰু পাঞ্জাৱ চুক্তিয়ে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰিছে বুলি কোৱাৰ লগতে উক্ত ৰাজ্যকেইখনত হিংসা আৰু সংঘৰ্ষৰ অন্ত পেলাই শান্তি প্ৰতিষ্ঠাত সহায় কৰিছে বুলি মত প্ৰকাশ কৰে।

অবৈধ অনুপ্ৰৱেশকাৰীক খেদাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭৯ চনত ঐতিহাসিক ছয় বছৰীয়া অসম আন্দোলন আৰম্ভ হৈছিল।

ৰাজীৱ গান্ধীৰ উপস্থিতিত ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰ হোৱা অসম চুক্তিৰ মাধ্যমেৰে অসমৰ বিদেশী খেদা আন্দোলনৰ সমাপ্তি ঘটিছিল।

আনহাতে, কংগ্ৰেছ চৰকাৰ আৰু মিজো নেশ্যনেল ফ্ৰণ্টৰ মাজত ১৯৮৬ চনত হোৱা মিজোৰাম চুক্তিৰ পাছত মিজোৰামৰ হিংসা আৰু বিদ্ৰোহৰ সাম কাটিছিল।

ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে দুয়োখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰা হৈছিল।

ৰাজীৱ গান্ধীয়ে ৩১ অক্টোবৰ ১৯৪৮ চনৰ পৰা ২ ডিচেম্বৰ ১৯৮৯ চনলৈ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd