DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেকচিনৰ নহয় নাটনি: জুন মাহৰ ভিতৰত কোভিশ্বিল্ডৰ ১০ কোটি ড’জ প্ৰস্তুত কৰিব ছেৰাম ইনষ্টিটিউটে

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 8:21 pm
zz
299
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ৰাতিক দিন কৰি কাম কৰি আছে।

এই ক্ষেত্ৰত আমেৰিকাৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে আবিষ্কাৰ কৰা কোভিডৰ ভেকচিন কোভিশ্বিল্ডে বিশেষ আশাৰ ৰেঙণি দেখুৱাইছে।

ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটৰ উদ্যোগত কোভিশ্বিল্ডৰ উৎপাদন পূৰ্ণ গতিত চলি আছে।
দেশত এতিয়া ভেকচিন তীব্ৰ নাটনিয়ে দেখা দিছে যদিও ভাৰত চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ সকলো লোককে ভেকচিন প্ৰদান কৰিব পৰা যাব বুলি ঘোষণা কৰিছে।

এনে সময়তে আজি পুনেস্থিত ছেৰাম ইনষ্টিটিউটে এইবুলি ঘোষণা কৰিছে যে জুন মাহৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে কোভিশ্বিল্ডৰ ১০ কোটি ড’জ সাজু কৰি তুলিবলৈ সক্ষম হ’ব।

ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীকলৈ এই কথা জনাই প্ৰতিষ্ঠানটোৱে এখন পত্ৰও প্ৰেৰণ কৰিছে। পত্ৰ খনত কোৱা হৈছে যে অতিমাৰীৰ সময়ত প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে ৰাতিক দিন কৰি কাম কৰি আছে।

ছেৰামৰ শীৰ্ষ বিষয়াপ্ৰকাশ কুমাৰ সিঙে পত্ৰ খনত প্ৰকাশ কৰিছে যে ভেকচিনৰ নাটনি দূৰ কৰিবলৈ ছেৰাম প্ৰতিজ্ঞাবদ্ধ। জুন মাহৰ ভিতৰতে ছেৰামে ১০ কোটি কোভিশ্বিল্ডৰ ড’জ দেশবাসীৰ কাষলৈ লৈ যাবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে কয়।

মে’ মাহত ছেৰামে ৬ কোটি কোভিশ্বিল্ডৰ ড’জ প্ৰস্তুত কৰা বুলিও তেওঁ উল্লেখ কৰে।

Recent News

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd