• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিখসকলৰ পাগুৰি বিতৰ্ক! বিজেপি সমৰ্থিত শিখ সংগঠনৰ ৰাহুল-ছোনিয়াৰ ঘৰৰ সন্মুখত প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2024 7:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যক লৈ বুধবাৰে দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিখ সংগঠনে। বিজেপি নেতৃত্বাধীন শিখ সংগঠনৰ কৰ্মী-সমৰ্থকে বিৰোধী দলপতি ৰাহুল গান্ধীৰ পৰা বিনাচৰ্ত ক্ষমা বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ শিখ সংগঠন শিখ চেলৰ সদস্যসকলে ৰাহুল-ছোনিয়া গান্ধীৰ ঘৰৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে বেৰিকেড দি বাধা দিয়ে যদিও প্ৰতিবাদকাৰীৰ মাজত আৰক্ষীৰ সৈতে সংঘৰ্ষ হয়।

বিজেপি নেতা আৰ পি সিংকে ধৰি কেইবাজনো শিখ নেতাক আৰক্ষীয়ে আইন ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। আৰ পি সিঙে কয় যে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে। তেওঁ সদায় বিদেশী মাটি ব্যৱহাৰ কৰি ভাৰতক লৈ কটূ মন্তব্য দিয়ে। তেওঁ মিছা কথা কৈছিল যে ভাৰতত শিখসকলক পাগুৰি বা কাৰা পৰিধান কৰিবলৈ দিয়া নহ’ব।

মহিলাসহ প্ৰতিবাদকাৰীসকলে শ্লোগান দি প্লেকাৰ্ড লৈ ১০ জনপথৰ দিশে পদযাত্ৰা কৰে। প্ৰসংগক্ৰমে নিষিদ্ধ খালিস্তান উগ্ৰপন্থী সংগঠন ছিখছ ফৰ জাষ্টিছৰ সহ-প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শিখসকলৰ ধৰ্মীয় স্বাধীনতাক লৈ কৰা মন্তব্যক প্ৰশংসা কৰে। বিজেপি সমৰ্থক শিখ নেতাসকলৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে। এইগৰাকী খালিস্তান সমৰ্থক নেতাই এক বিবৃতিত কয় যে ভাৰতত শিখসকলৰ অস্তিত্বৰ সংকট সম্পৰ্কে ৰাহুলে দিয়া বক্তব্য কেৱল কঠিন সত্যই নহয়, স্বাধীনতাৰ পিছৰে পৰা ভাৰতত শিখসকলৰ বিৰুদ্ধে চলি অহা অন্যায়ৰ বাস্তৱসন্মত ছবিও। আমি ভাৰতত শিখসকলৰ স্বাধীনতাও বিচাৰো, শিখসকলৰ বাবে পৃথক ৰাজ্য।

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৰাহুলক গৰিহণা দি কয় যে তেওঁৰ কথা খালিস্তানী উগ্ৰপন্থী পান্নুনৰ দাবীৰ সৈতে মিল আছে। পান্নুনক লগ পাইছে নে নাই, পুৰীয়ে সুধিলে। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাইও কয় যে কংগ্ৰেছে পুনৰ উগ্ৰপন্থীৰ সৈতে হাত মিলাইছে। পাগুৰি সন্দৰ্ভত তেওঁৰ মন্তব্য দেশৰ শিখসকলৰ মাজত অশান্তি বিয়পাইছে। কিন্তু বিদেশত আত্মগোপন কৰি থকা বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠনবোৰ সুবিধা হৈ পৰিছে। ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd