সোববাৰে নিশা ৮.৪৯ বজাত এক ভূমিকম্পই জোকাৰি গ’ল ছিকিম, অসম, বিহাৰ আৰু পশ্চিমবংগক।
ছিকিমৰ ভাৰত-নেপাল সীমান্তত উৎপত্তি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.৪।
ছিকিমৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ অভ্যন্তৰত বুলি নেছনেল চেণ্টাৰ ফৰ ছিচমোলজিয়ে প্ৰকাশ কৰিছে।
ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো স্থানৰ পৰা কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।
Earthquake of Magnitude:5.4, Occurred on 05-04-2021, 20:49:58 IST, Lat: 27.23 & Long: 88.84, Depth: 10 Km ,Location: 25km ESE of Gangtok, Sikkim for more information download the BhooKamp App https://t.co/pMsb0vIU5e pic.twitter.com/La4mmjIpgf
— National Center for Seismology (@NCS_Earthquake) April 5, 2021