• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

খাদ্য আৰু কৃষি সংস্থাৰ ‘ভৱিষ্য নীতি বঁটা’ৰ বাবে নিৰ্বাচিত ছিকিম

মৈত্ৰেয়ী শৰ্মা by মৈত্ৰেয়ী শৰ্মা
October 11, 2018 2:40 pm
proxy.duckduckgo.com
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৈৱিক কৃষিক উদগনি দিয়াৰ বাবে ছিকিমে কৰি অহা প্ৰচেষ্টাৰ বাবে ৰাজ্যখনলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ (FAO) বঁটাৰ বাবে শ্বৰ্টলিষ্টেড কৰিছে।  উল্লেখ্য যে সংস্থাটোৱে বিশ্বৰ সৰ্বোত্তম কৃষি-পাৰিপাৰ্ষিক পদক্ষেপক সদায় স্বীকৃতি আৰু পুৰস্কৃত কৰি আহিছে।

জৈলিক কৃষিৰে কোনো অনিষ্টকাৰী ৰাসায়নিক সাৰ অবিহনে প্ৰাকৃতিকভাৱে খাদ্য উৎপাদন স্থানীয়, ৰাষ্ট্ৰীয় অথবা আন্তৰ্জাতিক পৰ্যায়ত ভাল উদাহৰণ দাঙি ধৰাৰ স্বীকৃতি হিচাপে খাদ্য আৰু কৃষি সংস্থাই  ‘ভৱিষ্য নীতি বঁটা’ প্ৰদান কৰি আহিছে।

Apply Now

এই বছৰৰ ভৱিষ্য নীতি বঁটাৰ বাবে খাদ্য আৰু কৃষি সংস্থাই ২৫খন ৰাষ্ট্ৰৰ পৰা কৃষি-পাৰিপাৰ্ষিক আৰু জৈৱিক উৎপাদন, জৈৱিক কাৰ্য পৰিকল্পনা নীতিক উদগনি দিয়া ৫১টা নীতি নিৰ্বাচন কৰিছে। ইয়াৰ মাজত আছে ব্ৰাজিলৰ কৃষি-পাৰিপাৰ্শিক আৰু জৈৱিক উৎপাদনৰ বাবে জাতীয় নীতি (National Policy for Agroecology and Organic Production), ডেনমাৰ্কৰ জৈৱিক কাৰ্য পৰিকল্পনা : ৱৰ্কিং টুগেডাৰ ফ’ৰ ম’ৰ অৰ্গেনিকছ (Working together for more organics), ছিকিমৰ ‘জৈৱিক কৃষিৰ বাবে ৰাজ্যিক নীতি , ২০১৪ (State Policy on Organic Farming ) আৰু ছিকিম জৈৱিক অভিযান ,২০১০ (Sikkim Organic Mission), ফিলিপাইনছৰ ‘যুদ্ধাস্ত্ৰৰ পৰা পামলৈ কাৰ্যসূচী’ (From Arms to Farms Programme ) আৰু লছ এঞ্জেলিছৰ ভাল খাদ্য ক্ৰয় নীতি, ২০১২ (Good Food Purchasing Policy) ইত্যাদি।

উল্লেখ্য যে জৈৱিক কৃষিক উদগনি দিয়া ভাৰতৰ পৰ্থমখন ৰাজ্য হৈছে ছিকিম। ভাল স্বাস্থ্য আৰু স্বাস্থ্য সন্মত পৰিৱেশৰ বাবে ২০০৩ চনত ছিকিমে ৰাসায়নিক সাৰৰ আমদানি বন্ধ কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰি এই জৈৱ-কৃষিৰ উদ্যোগ গ্ৰহণ কৰিছিল।

ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয়ত ১২ অক্টোবৰত এই বঁটাৰ বিজয়ী ঘোষণা কৰা হ’ব।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা, বিশ্ব ভৱিষ্য পৰিষদ আৰু আইএফঅ’এম-অৰ্গেনিক ইণ্টাৰনেশ্যনেলে সামূহিকভাৱে আয়োজন প্ৰতিষ্ঠা কৰিছে। সমৰ্থন দিছে গ্ৰিন ক্ৰছ ইণটাৰনেশ্যনেল, ডু-ইট, ডাচ্চ অৰ্গেনিক ইণ্টাৰনেশ্যনেল ট্ৰেড আৰু ইজিপ্তৰ ছেকেম গ্ৰুপে।

কৃষি-পাৰিপাৰ্শিক পদক্ষেপে খাদ্যৰ স্বাস্থ্য সন্মত উৎপাদন, স্বাস্থ্য সন্মত খাদ্যাভ্যাস নিশ্চিত কৰে। লগতে জৈৱ-বৈচিত্ৰৰ ক্ষতি ৰোধ কৰাৰ লগতে স্বাস্থ্য সন্মত আৰু সেউজীয়া পৰিৱেশৰ ধাৰণাটোক উদগনি দিয়ে।

মৈত্ৰেয়ী শৰ্মা

মৈত্ৰেয়ী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd