• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 20, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ৱেষ্ট ছিকিমৰ ডেণ্টামত প্ৰথম নৰ্থইষ্ট য়ুথ ফেষ্টিভেল-২০১৯ উদ্বোধন মুখ্য মন্ত্ৰী পৱন চামলিঙৰ

Sagar Chhetri সাগৰ ছেত্ৰী
গেংটক , January 21, 2019 9:43 pm

1 min read

IMG-20190121-WA0038
68
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে ৱেষ্ট ছিকিমৰ ডেণ্টামত প্ৰথম নৰ্থইষ্ট য়ুথ ফেষ্টিভেল-২০১৯ উদ্বোধন কৰে। এই ৩ দিনীয়া যুৱ মহোৎসৱৰ আয়োজন কৰিছে ছিকিম চৰকাৰৰ ষ্টে’ট য়ুথ ডেভেলপমেণ্ট বৰ্ডে। এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু আয়োজক ছিকিমে।

উদ্বোধনী অনুষ্ঠানত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ছিকিম ‘ষ্টে’ট য়ুথ পলিচি বুক’ আৰু ‘টেলছ অব ট্ৰেন্সফৰ্মেশ্যন : এ কমপাইলেশ্যন অব আৰ্টিকলছ বাই এইচ্চচিএমএমএছএছ হিচিপেণ্টছ’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে।

ভাষণত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে যুৱসমাজক বৰ্তমানৰ প্ৰযুক্তিৰ বিষয়ত সদায় নতুন হৈ থাকি সাম্প্ৰতিক সময়ে প্ৰদান কৰা হিত আৰু সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে এনেধৰণৰ অনুষ্ঠানে উঃ পূৱৰ যুৱসমাজর মাজত সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰিব।

যুৱচামে যাতে জীৱনৰ দৌৰত কঠোৰ পৰিশ্ৰমেৰে কৰি যাব পাৰে তাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে যুৱচামক আশা নেহেৰুৱাবলৈ আৰু ভাতৃত্ববোধক সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ যুৱ মহোৎসৱৰ সকলো অংশগ্ৰহণকাৰীলৈ নিজৰ শুভেচ্ছা জনায়।

Recent News

All India public sector football tournament to start in Guwahati

গুৱাহাটীত অল ইণ্ডিয়া পাব্লিক চেক্টৰ ফুটবল টুৰ্নামেন্ট ২০১৯

শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

Hojai-Habaipur double railway line to be inaugurated tomorrow

বৃহস্পতিবাৰে মুকলি হ’ব হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd