• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দায়িত্ব লৈয়ে প্ৰথম পদক্ষেপতে চৰকাৰী কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙালে ছিকিমৰ মুখ্য মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 1:21 pm
P S Golay

ছিকিমৰ নতুন মুখ্য মন্ত্ৰী পি এছ গোলেই।

935
VIEWS
Share on FacebookShare on Twitter

ছিকিমত পৱন কুমাৰ চামলিঙৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলাই নতুনকৈ মুখ্য মন্ত্ৰী হোৱা প্ৰেম সিং তামাং ওৰফে পি এছ গোলেই মুখ্য মন্ত্ৰী হৈয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতিক বাস্তৱত উপহাৰ দিছে ৰাজ্যৰ কৰ্মচাৰীসকললৈ।

চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মদিন সপ্তাহত ৬টাৰ পৰা ৫টালৈ হ্ৰাস কৰি হিমালয়ৰ পাদদেশত থকা ৰাজ্যখনৰ মুখ্য মন্ত্ৰীজনে “আমি আমাৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিলো” বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

যোৱা ২৩ মে’ত ঘোষিত বিধনসভাৰ নিৰ্বাচনৰ ফলাফলত ৩২খন আসনৰ ১৭খন দখল কৰি তেওঁৰ দল ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)-এ ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল আৰু ২৭ মে’ত পি এছ গোলেই মুখ্য মন্ত্ৰী হিচাপে শপত লৈছিল।

দায়িত্ব লোৱাৰ এদিন পিছতে প্ৰথম পদক্ষেপটোৰ জৰিয়তে যুৱ মুখ্য মন্ত্ৰীজনে ৰাজ্যৰ কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙায়।

মুখ্য মন্ত্ৰীজনে কয়, চৰকাৰী কৰ্মচাৰীসকলে পোৱা এই অতিৰিক্ত সময় তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকৰ অভিভাৱক তথা পৰিয়ালৰ যতন লোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

গোলেই সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলক ব্যয় কমাই চলিবলৈও পৰামৰ্শ দিয়ে আৰু পূৰ্বৰ জনপ্ৰতিনিধিসকলৰ দৰে ফৰচুনাৰ ব্যৱহাৰ নকৰি স্ক’ৰ্পিঅ’ গাড়ী ব্যৱহাৰৰ কথা ঘোষণা কৰে।

পূৰ্বসূৰী পৱন কুমাৰ চামলিঙে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল বুলিও দাবী কৰে নতুন মুখ্য মন্ত্ৰীজনে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd