• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ইম্ফলত মাৰ সম্প্ৰদায়ৰ শীতকালীন উৎসৱ ছিকোই ৰুই উদযাপন

NE NOW NEWS সভাপতি ছামম
ইম্ফল , December 13, 2018 12:24 pm

2 min read

young boys and girls presenting a dance sequence at Sikpui Ruoi Festival of Hmar community in Imphal at Tribal research institute Imphal on wednesday (1)
83
VIEWS
Share on FacebookShare on Twitter

১২ ডিচেম্বৰ বুধবাৰে ইম্ফলৰ ট্ৰাইবেল ৰিছাৰ্চ ইন্সটিটিউটৰ সভাগৃহত উদযাপিত হয় ছুকোই ৰুই উৎসৱ। ঘাইকৈ শীতকালি উদযাপিত হোৱা এই উৎসৱত মুখ্য অতিথি হিচাপে যোগদান কৰে মুখ্য মন্ত্ৰী নথমবাম বীৰেন সিঙে।

এই উৎসৱৰ মুখ্য আকৰ্ষণ আছিল বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশনা আৰু সমূহীয়া ভোজ। উল্লেখ্য যে যদিহে বছৰটোত খেতি-বাতি ভাল হয় আৰু কোনো মাৰি-মৰক  নহয়, তেতিয়াহে এই উৎসৱ পালিত হয়।

শিক্ষা মন্ত্ৰী থ ৰাধেশ্যাম সিং, মণিপুৰ পৰ্যটন কৰ্প’ৰেশ্যন লিমিটেডৰ অধ্যক্ষ ড০ ছাপম ৰঞ্জন, তিপাইমুখৰ বিধায়ক ড০ চালটনলিয়েন আমো, মিজোৰাম ইন্সটিটিউট অব মেডিকেল ইডুকেশ্যন এণ্ড ৰিছাৰ্চৰ সঞ্চালক ড০ এল ফিমোটেই উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ ৰাখি মুখ্য মন্ত্ৰী বীৰেনে কৈছে যে সম্প্ৰদায় আৰু ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা কেতিয়াও উচিৎ নহয়। ৰাজনীতি মানৱৰ সেৱাৰ বাবে হ’ব লাগে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বাস কৰা প্ৰগতিশীল, শিক্ষিত আৰু বিনয়ী সম্প্ৰদায়সমূহৰ ভিতৰত এটা হৈছে মাৰ সম্প্ৰদায়। তেওঁ কৈছে যে যে পথ যোগাযোগ উন্নত হলে ইম্ফল-ফেৰজাৱললৈকে মণিপুৰ ৰাজ্যিক পৰিবহণৰ বাছ সেৱা সম্প্ৰসাৰিত কৰাৰ কথা বিৱেচনা কৰা হ’ব।

তেওঁ আৰু কয় যে জিলাখনৰ পাৰবুং গাঁৱত আদা মহোৎসৱ অনুষ্ঠিত কৰা হেতুকে জিলাখনৰ আদা খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত আদা বিক্ৰি কৰাৰ বাবে গ্ৰাহকৰ অসুবিধাত ভুগা নাই। তেওঁ আৰু কৈছে যে জিলাখনত উৎপাদিত আদা আৰু আন আন উদ্যান-শস্য সংৰক্ষণ কৰাৰ বাবে ফেৰজৱালত এটা ক্ষুদ্ৰ শীতলগৃহ নিৰ্মাণ কৰা হ’ব।

আনহাতে উপস্থিত ৰাইজক সম্বোধন কৰি শিক্ষা মন্ত্ৰী ৰাধেশ্যামে কৈছে যে বাৰে বিভিন্ন সম্প্ৰদায়ে বাস কৰা মণিপুৰ হৈছে এখন ৰং বিৰঙী ফুলৰ বাগিচা। তেওঁ কয় যে মণিপুৰত বাস কৰা প্ৰতিটো জাতি সম্প্ৰদায়ে শান্তি আৰু মিলাপ্ৰীতিৰে বাস কৰে তেতিয়াহে ৰাজ্যখনৰ সমৃদ্ধি হ’ব।

Recent News

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd