• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি ভেন্সাৰ স্কুল প্ৰাদেশিকীকৰণ নকৰাতো অগণতান্ত্ৰিক : ঐক্যমঞ্চ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 8, 2019 9:18 pm
protest teacher

প্ৰতিনিধিত্বমূলক ফটো।

938
VIEWS
Share on FacebookShare on Twitter

‘‘ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন-২০১৩ সংশোধন কৰি ৰাজ্য চৰকাৰে যদি তিনি টকীয়া দৰৰ চাউল হিতাধিকাৰীক এটকা দৰত দিব পাৰে তেন্তে প্রাদেশিকীকৰণ আইন-২০১৭ সংশোধন কৰি ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-কৰ্মচাৰীক সকাহ দিব নোৱাৰাতো চৰকাৰখনৰ অগণতান্ত্ৰিক চৰিত্ৰ৷”এই অভিযোগ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ৷

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ প্ৰতি এই অভিযোগ উত্থাপন কৰে৷ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন যদি ৰাজ্য চৰকাৰে সংশোধন কৰি তিনি টকীয়া দৰৰ চাউল এটকা দৰত দিব পাৰে তেন্তে প্রাদেশিকীকৰণ আইন-২০১৭ সংশোধন কৰি ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলৰ পদ সমূহ প্রাদেশিকীকৰণৰ কৰিব নোৱাৰাৰ যুক্তি ক’ত বুলি বিবৃতিটোৰ জৰিয়তে চৰকাৰক প্ৰশ্ন উত্থাপন কৰে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই৷

আনহাতে, ঐক্যমঞ্চৰ নেতাদ্বয়ে জনায় যে, ৰাজহুৱা শিক্ষাখণ্ডত অৰিহণা আগবঢ়াই অহা ভেন্সাৰ শিক্ষানুষ্ঠানবোৰক পৰিকল্পিতভাবে বন্ধ কৰাৰ বাবে পৰিবৰ্তনকামী চৰকাৰখনে ষড়যন্ত্ৰ চলাইছে৷প্ৰাথমিক পৰ্যায়ৰ ভেন্সাৰ শিক্ষানুষ্ঠানবোৰক আন্ত:গাঁথনি, সাজ-পোছাক, স্কুল ডাইচ আদি বন্ধ কৰি মাতৃভাষা মাধ্যমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিবলৈ চৰকাৰখনে ষড়যন্ত্ৰ চলোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হয়৷

ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-কৰ্মচাৰী সকলৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিবৃতিটোৰ জৰিয়তে ৰাজ্য চৰকাৰক পুনৰবাৰ দাবী জনায় অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই৷

উল্লেখযোগ্য যে, বহু অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি বিনাবেতনে অৱসৰ গ্ৰহণ কৰিছে। এইসকল শিক্ষকৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ কথা চৰকাৰে এবাৰো চিন্তা নকৰিলে বুলি ঐক্য মঞ্চই উল্লেখ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd