• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় গ্ৰেপ্তাৰ হ’ল শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক বৈশ্য?

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
May 11, 2019 8:58 am
arrested-pic-1-1140x570

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অনিন্দ্য সুন্দৰ বৈশ্য। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ অধীক্ষক অধীক্ষক অনিন্দ্য সুন্দৰ বৈশ্যক যোৱা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

বিত্তীয় পুজিৰ খেলিমেলিৰ বাবে বিগত সাতমাহ ধৰি বৈশ্য নিলম্বিত হৈ আছিল।

Apply Now

শুকুৰবাৰে বিয়লি কাছাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত কৰাৰ পাছত বৈশ্যক শিলচৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পাতালৰ আই চি য়ুত ভৰ্তি কৰা হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে ‘নৰ্থইষ্ট নাও’ক কয়,’’ আমি শিলচৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পাতালৰ অধ্যক্ষ বাবুল বেজবৰুৱাই যোৱা ১৭ এপ্ৰিলত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত বৈশ্যক গ্ৰেপ্তাৰ কৰিছো।‘’

তেওঁ লগতে কয়,’’ আমি বিগত দিন কেইটাত তেওঁৰ সন্দৰ্ভত বিতং অনুসন্ধান চলোৱাৰ পাছত শুকুৰবাৰে বৈশ্যক গ্ৰেপ্তাৰ কৰিছো। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৯ আৰু ৪২০ ধাৰাৰ অধীনত এট গোচৰ পঞ্জীয়ন কৰা হৈছে।

দাসে লগতে প্ৰকাশ কৰে যে বৈশ্যই ৩ ওকটি টকাতকৈয়ো অধিক ধনৰ ‘’পুজিৰ খেলিমেলি’ কৰিছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ৰ তদন্ত চলি আছে।

অনিন্দ্য সুন্দৰ বৈশ্যৰ এগৰাকী আত্মীয় প্ৰশ্ন তুলিছে,‘’ যোৱা ১০ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে বৈশ্যক ‘নিলম্বন প্ৰত্যাহাৰ’ৰ নিৰ্দেশ দিছিল। আমাক আচৰিত কৰি তোলা কথাটো হৈছে আদালত নিৰ্দেশৰ পাছতো অধ্যক্ষই তেওঁৰ বিৰুদ্ধে কিয় এখন নতুন এজাহাৰ দাখিল কৰিলে?’’

‘নৰ্থইষ্ট নাও’য়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ কপিটো লাভ কৰিছে য’ত স্পষ্টকৈ কোৱা হৈছে যে ‘’ অনিন্দ্য সুন্দৰ বৈশ্যক পুনৰ চাকৰিত মকৰল কৰিব লাগে, কিন্তু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলোৱাৰ ক্ষেত্ৰত স্বাধীনতা থাকিব।‘’

চৰকাৰী অধিবক্তা ধৰ্মানন্দ দেবে কয়,‘’অনিন্দ্য সুন্দৰ বৈশ্যৰ অধিবক্তাই দাখিল কৰা এখন আবেদনত প্ৰকাশ কৰিছে যে চিকিৎসা অধীক্ষকগৰাকীৰ জামিন মঞ্জুৰ কৰিব লাগে কিয়নো তেওঁ এগৰাকী মধুমেহ আৰু উচ্চ ৰক্তচাপৰ ৰোগী। মুখ্য ন্যায়িক দণ্ডাধীশে বৈশ্যৰ জামিন নাকচ কৰে আৰু তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।‘’

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd