• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ ভূমিনীতিৰ নতুন অধ্যাদেশ আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে ‘মাছ’ৰ মৌন প্ৰতিবাদ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 7, 2020 6:48 pm
index.jpg11
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ‘ল, ডিজেলৰ আকাশ লংঘী মূল্যবৃদ্ধি আৰু সাম্প্ৰতিক সময়ৰ ভূমি নীতিৰ বিৰুদ্ধে মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলা সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ নগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে মাছৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে আজি বিজেপি চৰকাৰৰ ভূমিনীতিৰ প্ৰতিবাদত ক‘লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷

Apply Now

জাতি, মাটি, ভেটিৰ শ্ল‘গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মাছৰ নগাঁও জিলাৰ অধ্যক্ষ নীলৰঞ্জন শৰ্মা আৰু সচিব বোধেন বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে যে, যিকন সময়ত সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য নিম্নগামী হৈছে, ল’কডাউনৰ ফলত সৰ্ব সাধাৰণ লোক আৰ্থিক ভাৱে জৰুলা হৈ পৰিছে, তেনে সময়তে বিজেপি চৰকাৰে পেট্ৰ‘ল- ডিজেলৰ মূল্য বৃদ্ধি কৰি সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ শোধাইছে৷

জাতি, মাটি, ভেটিৰ ৰক্ষক বুলি নিজকে দাবী কৰা বিজেপি চৰকাৰৰ ভূমি নীতিৰ বিৰোধিতা কৰি মাছে লগতে কয় যে এই চৰকাৰখনে সদায় খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কাম কৰি বহিৰাগতক অগ্ৰাধিকাৰ দি আহিছে৷

যি সময়ত কৃষকে ভূমি ক্ৰয়-বিক্ৰয়ৰ বাবে চৰকাৰৰ অনুমতি ল‘ব লগীয়া হৈছে, তেনে সময়তে বহিৰাগত বণিয়াক চৰকাৰৰ বিনা অনুমতিত অসমৰ মাটিত বেপাৰ-বাণিজ্যৰ বাবে এইখন চৰকাৰে ব্যৱহাৰৰ সুবিধা কৰি খিলঞ্জীয়াক ভূমিহীন কৰাৰ পন্থা গ্ৰহণ কৰিছে৷

এনেদৰে হ‘লে অদূৰ ভৱিষ্যতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব বুলিও কয় মাছ-এ৷

চৰকাৰৰ এনেবোৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে মাছে সদায় প্ৰতিবাদ সাব্যস্ত কৰি যাব মাছ-এ৷ লকডাউনৰ সময়ৰ সামজিক ভয়াবহতা আৰু কভিদ-১৯ৰ গণ সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি মাছে আজিৰ দিনটোত ক‘লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে ভূমি নীতি পৰিহাৰ কৰা আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷

অন্যথা চৰকাৰৰ এনেবোৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে অনাগত দিনত মাছে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ লগতে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd