• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হ’ল বি টি আৰৰ শিলগাৰা হাইস্কুল ,অঞ্চলজুৰি আন্দৰৰ লহৰ

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ প্ৰেৰণাদায়ক ভাষণ

তিলক প্ৰসাদ ,চাপৰ by তিলক প্ৰসাদ ,চাপৰ
September 22, 2021 7:21 pm
222
VIEWS
Share on FacebookShare on Twitter

বিলাসীপৰা পূব বিধানসভা সমষ্টি তথা ১১ নং বাউখুংগ্ৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বি টি আৰ এলেকাৰ শিলগাঁৰা  গাঁৱত অৱস্থিত “শিলগাৰা হাইস্কুল সুদীৰ্ঘ বহু বছৰৰ অপেক্ষাৰ অন্তত ছাত্ৰ- ছাত্ৰীৰ শিক্ষাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ল ।

শিক্ষাবিভাগে গ্ৰহণ কৰা এই পদক্ষেপক শিক্ষাপ্ৰেমী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে শলাগ লৈছে ।

উক্ত বিদ্যালয়ত কাৰ্য্য নিৰ্বাহ কৰি অহা ভাৰপ্ৰাপ্ত অধ্যক্ষ মাজেন্দ্ৰ গয়াৰীৰ ঐকান্তিক প্ৰচেষ্টাত এই বিদ্যালয় খনৰ উন্নীতকৰণ সম্ভৱ হৈ উঠে।

তাল ,ঘণ্টা, শংখ ধ্বনিৰে এটি ভক্তিময় পৰিবেশৰ মাজেৰে ফিটা কাটি, নাৰিকল ভাঙি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই অনুষ্ঠানটি উদ্বোধন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত সভাত দিয়া ভাষণত উপায়ুক্তগৰাকীয়ে কয় যে এটা আজিৰ পৃথিৱীত আমাৰ সকলোৰে বাবে প্ৰাথমিক শিক্ষা খিনিৰ দৰকাৰ আছে।

যি সকলে পঢ়া শুনা কৰি ওলাই গৈছে তেওঁলোকে চাকৰি লৈছে বা ভাল ব্যৱসায় কৰি জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰিছে।

উপায়ুক্ত বৰ্ণালী ডেকাৰ বক্তব্য শুনি উপস্থিত সকলোৱে আপ্লুত হৈ পৰে।

কোকৰাঝাৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ উদেশ্য বাখ্যা কৰে স্কুল খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মাজেন্দ্র গয়াৰীয়ে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ১১ নং বাউখুংৰী পৰিষদিয় সমষ্টিৰ এম চি এল এ দনেশ্বৰ গয়াৰীয়ে।

ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্ছলত অৱস্থিত শিলগাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চক্ৰশিলা, জৰ্ণাগাৰা , বাঘেৰখোজ , দামোদৰপুৰ ,পুখুৰী পাৰা , সুপাৰিগুৰী , বাশবাৰী আদি অঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক উপকৃত কৰি আহিছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd