• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ওপৰত ছিংগাপুৰৰ ভীষণ খং! কিন্তু কিয় উঠিল খং?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 4:36 pm
kej
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত এইবাৰ খঙত ফাটি পৰিছে ছিংগাপুৰৰ প্ৰশাসন ।ছিংগাপুৰৰ প্ৰশাসনে আনকি কেজৰিৱালক তেওঁ কৰা এটা বিশেষ মন্তব্যৰ বাবে জবাবদিহিও কৰিছে।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবুলি মন্তব্য কৰিছিল যে ছিংগাপুৰত ক’ৰ’নাৰ এটা নতুন ষ্ট্ৰেইন পোৱা গৈছে।

Apply Now

এই নতুন ষ্ট্ৰেইন বিধ পূৰ্বৰ সকলো ষ্ট্ৰেইনতকৈ বেছি ভয়াৱহ বুলিও কেজৰিৱালে মন্তব্য কৰিছিল । তেওঁ এইবুলিও কৈছিল যে ছিংগাপুৰৰ নতুন ক’ৰ’নাৰ ষ্ট্ৰেইন বিধে শিশুসকলক বেছিকৈ আক্ৰান্ত কৰে।

ভাৰতত ক’ৰ’নাৰ তৃতীয় ঢৌ ছিংগাপুৰৰ ষ্ট্ৰেইনৰ পৰাই হ’ব পাৰে বুলিও কেজৰিৱালে কৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে ভাৰত চৰকাৰক উভতি ধৰিছে ছিংগাপুৰৰ প্ৰশাসনে ।

ছিংগাপুৰৰ প্ৰশাসনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তে ভাৰতৰ বৈদেশিক দপ্তৰে এইবুলি স্পষ্ট কৰি দিছে যে ছিংগাপুৰৰ ষ্ট্ৰেইন বুলি ক’ৰ’নাৰ কোনো ষ্ট্ৰেইন নাই।

এইক্ষেত্ৰত কেজৰিৱালে কৰা মন্তব্যৰ কোনো ভিত্তি নাই বুলি ভাৰতৰ বৈদেশিক দপ্তৰে স্পষ্ট কৰি দিছে ।

উল্লেখ্য শেহতীয়কৈ ব্ৰিটেইনত ভাৰতত ক্ৰমবিৱৰ্তন ঘটা ক’ৰ’নাৰ B.1.617 ষ্ট্ৰেইনকলৈ বিশ্বৰ বিজ্ঞানীসকল বেছ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ।

ব্ৰিটেইনৰ চৰকাৰেও দেশ খনৰ বহু লোক ক’ৰ২নাৰ ভাৰতীয় ষ্ট্ৰেইনত আক্ৰান্ত হোৱা বুলিই কৈ আহিছে। ইপিনে ক’ৰ’নাৰ কোনো ছিংগাপুৰৰ ষ্ট্ৰেইনৰ অৱস্থিতি নাই বুলি আজি ভাৰতৰ বৈদেশিক দপ্তৰে স্পষ্ট কৰি দিয়াৰ পিছতো দিল্লীত এই ষ্ট্ৰেইনৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেজৰিৱাল চৰকাৰে বিশেষ টাস্ক ফোৰ্চ গঠন কৰিছে।

বিশেষকৈ শিশুসকলক ক’ৰ’নাৰ পৰা ৰক্ষা কৰিবলৈয়েই কেজৰিৱাল চৰকাৰে এনে টাস্ক ফোৰ্চ গঠন কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd