• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কিত ‘মাজুলী গাভৰু’ : ফেইচবুকৰ মাধ্যমেৰে অসমবাসীক ক্ষমা খুজিলে বাবুৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2019 8:07 pm
Babue Khyoma Khujile

বাবুৰ ফেইচবুক পোষ্ট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা ‘মাজুলী গাভৰু’ গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল তাৰ পাছতে নিজৰ ফেইচবুক একাউন্টৰ জৰিয়তে ক্ষমা খুজিলে বাবুৱে।

উল্লেখযোগ্য যে ‘মাজুলী গাভৰু’ নামৰ গীতটোত মাজুলীৰ সত্ৰ-সংস্কৃতিক বিকৃতধৰণেৰে উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

বাবুৰ এই গীতটিৰ পাছতে চ’ছিয়েল মেডিয়াৰ জৰিয়তে বহুতে সমালোচনা কৰাৰ লগতে মাজুলীত বাবুৰ প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰিছিল মাজুলীৰ একাংশ সচেতন জনতাই। আনকি কন্ঠশিলী বাবু বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰাৰো হুংকাৰ দিছিল একাংশই।

তাৰ পাছতে বাবুৱে ফেইচবুকৰ জৰিয়তে ক্ষমা খুজি এইদৰে লিখে ‘মোৰ নতুন আধুনিক গীত “মাজুলী গাভৰু” ৰ Video ক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত। কোনো ধৰ্মীয় পৰম্পৰাৰ অনুভূতিক আঘাত কৰাৰ দু: সাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ।‘

‘যিহেতু”মাজুলী গাভৰু” গীত টিৰ Video টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছো আৰু এই Facebook মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলোঁ লগতে গীত টিৰ Video টো উল্লেখিত YouTube channel ত সম্পাদনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ,’’ বাবুৱে লগতে লিখে।

অৱশ্যে, বাতৰি লিখালৈকে গীতটি YouTube channel টোৰ পৰা আঁতৰ কৰা নাই বাবুৱে।

বাবুৰ বিতৰ্কিত গীতটোৰ এটা অংশত মাজুলীৰ সত্ৰত মহিলাৰ প্ৰবেশ নিষিদ্ধ বুলি দেখুওৱাৰ লগতে মহিলাই সত্ৰত প্ৰবেশ কৰাৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰাৰ দৃশ্যও দেখুওৱা হৈছে।

ইয়াৰ লগতে এজন ভকতে এগৰাকী মহিলাক লঠিয়াই গুৰিয়াই উলিয়াই দিয়া গীতটিৰ ভিডিঅ’টোত দেখা গৈছে।

তদুপৰি সত্ৰীয়া পোচাক আৰু মাজুলীৰ মুখা শিল্পৰো বিকৃত উপস্থাপন হোৱাৰ অভিযোগ উত্থাপন হৈছে। গানৰ ভিচিঅ’টোত আছে মাজুলীৰ মুখা পিন্ধি ভিক্ষা খোজাৰ দৃশ্য।

শেহতীয়া আপডেট- নৰ্থ-ইষ্ট নাওত বাতৰিটো প্ৰকাশিত হোৱাৰ পাছতে কণ্ঠশিল্পী গৰাকীয়ে ইউটিয়ুবৰ পৰা বিতৰ্কিত গানটো ডিলিট কৰি দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd