• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অন্ত পৰিল কণ্ঠৰ মায়াময় যাদুৰ লহৰ: অনুৰাগীক শোকাহত কৰি বিদায় ল’লে কেকেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2022 8:20 am
Bollywood singer Krishnakumar Kunnath, popularly known as KK, is no more
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেকে আৰু নাই! শেষ হৈ গ’ল সেই যাদুকৰী কণ্ঠ! নেপথ্যৰ সেই ‘অলবিদা অলবিদা’ গানৰ দৰেই সংগীত জগতৰ কোটি কোটি অনুৰাগীক শোকাহত কৰি ‘অলবিদা’ ক’লে কেকেই। যাদুকৰী কণ্ঠৰে সংগীতৰ মঞ্চখনক কল্লোলিত কৰি তোলা কৃষ্ণকুমাৰ কুন্নাথ, প্ৰতিজন অনুৰাগীৰ হেঁপাহৰ কেকেৰ কণ্ঠ ৰুদ্ধ হ’ল চিৰদিনৰ বাবে।

মঙ্গলবাৰে নিশা কলকাতাত এক সংগীতানুষ্ঠান প্ৰদৰ্শনৰ পিছতে চিৰদিনৰ বাবে চকু মুদিলে কেকেই।

Apply Now

হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৫৩ বছৰ বয়সতে অকাল মৃত্যুক আঁকোৱালি ল’লে সেউজ কণ্ঠৰ শিল্পীগৰাকীয়ে।

কলকাতাৰ নজৰুল মঞ্চত সংগীতানুষ্ঠানৰ পিছতে কেকে হঠাতে বাগৰি পৰে। লগে লগে তেওঁক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু কলকাতাৰ চিএমআৰআই চিকিৎসালয়ৰ চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে মৃত্যুৰ অলপ সময় পূৰ্বে কেকেই নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত কলকাতাৰ নজৰুল মঞ্চত তেওঁৰ সংগীতানুষ্ঠানৰ ফটো পোষ্ট কৰিছিল।

বিংশ শতিকাৰ শেষ সময়ছোৱাত অভিষেক ঘটোৱাৰ পিছতে ভাৰতীয় চলচ্চিত্ৰ জগতখনৰ আটাইতকৈ বহুমুখী প্ৰতিভাৰ গায়ক হিচাপে পৰিগণিত হৈ পৰিছিল এই দৰদী কণ্ঠৰ কণ্ঠশিল্পী গৰাকী।

হিন্দীৰ উপৰি কেকেই তামিল, তেলেগু, কানাড়া আৰু বাংলা, গুজৰাটীকে ধৰি কেইবাটাও ভাৰতীয় ভাষাৰ সংগীতত কণ্ঠদান কৰিছিল। অসমীয়া ভাষাৰ গানতো কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে।

বিজ্ঞাপনৰ জিংগলৰ বাবে গান গাই কেৰিয়াৰ আৰম্ভ কৰা কেকেই এ.আৰ. ৰহমানৰ চাউণ্ডট্ৰেৰ যোগেৰে বলীউডত আত্মপ্ৰকাশ কৰে। ১৯৯৯ চনত তেওঁ ‘পল’ শীৰ্ষক তেওঁৰ প্ৰথম এলবাম মুকলি কৰে।

উক্ত এলবামৰ “পল” আৰু “য়াৰো” গানকেইটাই ভাৰতীয় সংগীতপ্ৰেমী সকলক বিশেষভাৱে আকৰ্ষণ কৰে। ইয়াৰ পাছতে জনপ্ৰিয় হৈ পৰে কেকে।

তাৰ পিছতে প্ৰতিজন সংগীতপ্ৰেমী লোকৰ হৃদয়ত স্থান পায় কেকেই। উপহাৰ দিয়ে এটাৰ পাছত আন এটাকৈ জনপ্ৰিয় গান। অৱশ্যে শেহতীয়া দশকটোত কেকেই লাভ নকৰিলে তেনে উচ্চস্তৰীয় সুযোগ।

আৰু অৱশেষত মঙ্গলবাৰে মাজনিশা সকলোকে হতচকিত কৰি বিদায় ল’লে মহাতাৰকা গৰাকীয়ে। তেওঁৰ গানৰ সেই ‘হাম ৰহে য়া না ৰহে কল, কল য়াদ আয়েংগে য়ে পল’ কলিৰ দৰেই প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ হৃদয়ত বহি ৰ’ব কেকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd