• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু কৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 16, 2020 11:12 am

1 min read

WhatsApp Image 2020-10-16 at 10.45.48 AM

কুমাৰ ছানু। ফাইল ফটো

7.7k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু কৰ’নাত আক্ৰান্ত হৈছে। কণ্ঠশিল্পী গৰাকীৰ অ’ফিচিয়েল ফে’চবুক পে’জত এই সংবাদ দিয়া হৈছে।

‘’দুৰ্ভাগ্যজনকভাৱে পৰীক্ষাত ছানু দাৰ কৰ’না পজিটিভ ধৰা পৰিছে, সকলোৱে তেওঁৰ আৰোগ্য কামনা কৰিব। ধন্যবাদ,’’-ফে’চবুক পে’জত এইদৰে লিখা হৈছে।

কুমাৰ ছানুৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি, কণ্ঠশিল্পীগৰাকী কেইদিনমান ধৰি জ্বৰত ভূগি আছিল। ইয়াৰ পাছতে তেওঁৰ কৰ’না পৰীক্ষা কৰা হয়। পৰীক্ষাত তেওঁৰ ফলাফল পজিটিভ আহে।

আনহাতে কৰ’নাৰ উপসৰ্গ আছে যদিও কুমাৰ ছানুক এতিয়াও হাস্পাতলত ভৰ্তি কৰা হৈছে নে নাই সেয়া পৰিয়ালৰ তৰফৰ পৰা জনোৱা হোৱা নাই।

WhatsApp Image 2020-10-16 at 11.08.54 AM

সেইদৰেতেওঁ কোন ঠাইত থাকোতে কৰ’নাত আক্ৰান্ত হ’ল সেইকথাও জানিব দিয়া নাই।

বলীউদৰ এক দীঘলীয় সময়ৰ বাবে অতি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ কৰ’না আক্ৰান্তৰ খৱৰে অনুৰাগীসকলক ব্যথিত কৰিছে আৰু সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

আনহাতে, বাংলা চলচ্চিত্ৰ জগতৰ এগৰাকী মহীৰুহ অভিনেতা সৌমিত্ৰ চেটাৰ্জী কৰ’নাত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত হাস্পাতলত চিকিৎসাধীন হৈ আছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd