• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেঙেৰাবাৰীলৈ গৈ গেৰুৱা গলবস্ত্ৰ ধাৰণ কৰিলেহে শিল্পীয়ে সুবিধা পাব নেকি? মানস ৰবীনৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাতংকই শিল্পী,কলা-কুশলীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে  গুৱাহাটীৰ জোনালীত থকা এন কে প্ৰডাকশ্যনত আজি এখন সংবাদমেল সম্বোধন কৰে  শিল্পী তথা ‘কা’ বিৰোধী আন্দোলনৰ গুৰি ধৰোতা সকলৰ অন্যতম মানস ৰবীনে।

সংবাদমেলত মানস ৰবীনে কয় যে ক’ৰ’ণাৰ ভয়াৱহতা আঁতৰা নাই, তেনে সময়ত ৰাজনৈতিক সভা-সমিতি পাতিব পাৰিছে, সকলো অনুষ্ঠান-প্ৰতিষ্ঠান খোলা হৈছে, কিন্তু সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰি ৰখা হৈছে।

Apply Now

এনে অৱস্থাত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাংস্কৃতিক কৰ্মীসকলৰ।

এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি জনপ্ৰিয় শিল্পী মানস ৰবীনে কয়—”সকলো ব্যৱস্থালৈ স্বাভাৱিক অৱস্থা ঘুৰি আহিছে, কিন্তু সাংস্কৃতিক ক্ষেত্ৰলৈ কিয় স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই? শিল্পীসকল ক’ৰ’ণাৰ ব্ৰেণ্ড এম্বেচাদৰ নেকি?”

শিল্পী সকলে কা’ আন্দোলনত অংশগ্ৰহণ কৰিছিল বাবেই এতিয়া শাস্তি প্ৰদান কৰি থকা হৈছে নেকি বুলিও প্ৰশ্ন কৰে শিল্পীগৰাকীয়ে।

ক’ৰ’ণা কালত চৰকাৰে শিল্পীসকলৰ বাবে ঘোষণা কৰা ৬ হাজাৰ টকাৰ এক কালীন সাহায্যৰ এটা ফুটাকড়িও পোৱা নাই বুলি তেওঁ খেদ প্ৰকাশ কৰে।

জীয়াই থকা আৰু জীয়াই ৰখাৰ স্বাৰ্থতে শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান খোলা দিয়াৰ বাবে দাবী জনায় মানস ৰবীনে।

কা’ আন্দোলনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ক’ৰ’ণাৰ ভয়াৱহতা আৰু লকডাউনৰ বাবে সংগীত তথা কৃষ্টি-সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকল যোৱা প্ৰায় ১০ মাহ ধৰি অনুষ্ঠান পৰিৱেশন কৰাৰ পৰা বঞ্চিত হৈ আছে বুলিও শিল্পীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, “হেঙেৰাবাৰীলৈ গৈ গেৰুৱা গলবস্ত্ৰ ধাৰণ কৰিলেহে কোনো শিল্পীয়ে সুবিধা পাব নেকি?”

“শিল্পীৰ অমিয়া পৰিবেশন শুনিছে, কা’ আন্দোলনৰ সময়ত শিল্পীৰ অগ্নিগৰ্ভ ভাষণ শুনিছে, শিল্পীৰ তাণ্ডৱ দেখা নাই, শিল্পীৰ তাণ্ডৱ দেখিলে গম পাই যাব”—এইদৰে চৰকাৰক পুনৰবাৰ সকিয়াই দিয়ে মানস ৰবীনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd