• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰণাই সলনি কৰিছে জীৱিকাৰ পথ : পঞ্জাৱ, ৰাজস্থানৰ পৰা ছাগলী আনি ব্যৱসায় কৰিছে শিল্পীয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 7, 2021 10:42 am
mojk
327
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক’ৰণাৰ দ্বিতীয় ঢৌ। ক’ৰণাসৃষ্ট পৰিৱেশে সলনি কৰিছে বহুতৰে জীৱন প্ৰণালী।
সলনি কৰিব লগীয়া হৈছে জীৱন- জীৱিকাৰ পথ।

দুটা বছৰ ক’ৰণাৰ বাবে ৰাজ্যৰ বহু শিল্পীৰ তথা সাংস্কৃতিক কৰ্মীৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰিছে। যাৰ বাবে আৰ্থিক সংকটৰ পৰা ৰক্ষা পাবলৈ বহু শিল্পীয়ে সংগীত চৰ্চাৰ উপৰিও আৰম্ভ কৰিবলগীয়া হৈছে আন ব্যৱসায়।

এইজন বাস্তৱ নাথ। অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠ শিল্পী। অসমত প্ৰথম ৰেপ সংগীতৰ আৰম্ভ কৰিছিল এইগৰাকী শিল্পীয়ে। ইয়াৰোপৰি বহু জনপ্ৰিয় বিহুগীতৰ লগতে কেইবাখনো অসমীয়া ছবি, বহু এলবামৰ লগতে বহুকেইখন ভ্ৰাম্যমান থিয়েটাৰত গীত গাই জনপ্ৰিয় হৈ পৰিছিল বাস্তৱ নাথ।

কিন্তু কাল ক’ৰনাই যেন আন শিল্পীৰ দৰে বাস্তৱৰ জীৱনলৈও নমাই আনিলে কাল অমানিশা। বিগত দুটা বছৰ কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, বিহু সন্মিলন অনুষ্ঠিত নোহোৱাৰ লগতে মুক্তি লাভ কৰা নাই বহু অসমীয়া চলচিত্ৰ।

সেয়েহে আৰ্থিক সংকটৰ পৰা মুক্তি লাভ কৰিবলৈ আন বহু শিল্পীৰ দৰে বাস্তৱে সলনি কৰিছে জীৱন জীৱিকাৰ পথ।
এইয়া বাস্তৱ নাথে গঢ়ি তোলা ‘AS 04 BM’ নামৰ এখন ফাৰ্ম। এই ফাৰ্মত বাস্তৱে আধুনিক পদ্ধতিৰে ছাগলী, কুকুৰা, হাঁহ আদি পুহি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। ইয়াৰ মাজতে বাস্তৱ নাথে অব্যাহত ৰাখিছে সংগীত চৰ্চাও।

বাস্তৱে পঞ্জাৱ, ৰাজস্থান আদিকে ধৰি বিভিন্ন স্থানৰ পৰা উন্নত মানৰ ছাগলী অনাৰ লগতে চিলকী চিকেন, কাদকনাথ চিকেন, উন্নত প্ৰজাতিৰ হাঁহ আদি পালন কৰি নিজৰ লগতে আৰু বহু কেইজন নিবনুৱাক কৰ্ম সংস্থাপন দি আগুৱাই গৈছে বাস্তৱ নাথ।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd