• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭ কোটি ব্যৱসায়ীৰ সিদ্ধান্ত: সমগ্ৰ দেশতে ২ অক্টোবৰৰ পৰা নাপাব ‘single-use plastic’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 2:26 pm
single-use-plastic-ban-featured-image-810x608

ফটো : ইন্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰে দোকানসমূহত ২ অক্টোবৰৰ পৰা নাপাব ছিংগল য়ুজ প্লাষ্টিক। দেশৰ ৭ কোটি ব্যৱসায়ীয়ে এই ছিংগল য়ুজ প্লাষ্টিক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

১ছেপ্টেম্বৰৰ পৰা দেশত প্ৰায় ৪০ হাজাৰ ট্ৰেড ফেডাৰেশ্যন, চেম্বাৰ তথা এছোচিয়েশ্যনে একেলগে ৰাষ্ট্ৰজুৰি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

প্ৰধান মন্ত্ৰী মোদীৰ ছিংগল য়ুজ প্লাষ্টিক বন্ধ কৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ ৭ কোটি ব্যৱসায়ীক এই সন্দৰ্ভত সজাগ কৰি তোলা হ’ব।

আনহাতে, ব্যৱসায়ীসকলে পেকেজিং আৰু সামগ্ৰী বান্ধি দিয়াৰ বাবে কাপোৰ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰিব।

তদুপৰি, গ্ৰাহকসকলকো সামগ্ৰী ক্ৰয় কৰিবলৈ আহোতে কাপোৰ বা মৰাপাটৰ বেগ লৈ আনিবলৈ আহ্বান জনোৱা হ’ব।

প্ৰধান মন্ত্ৰী মোদীৰ ছিংগল য়ুজ প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সপোনক সহযোগিতা আগবঢ়াবলৈ দেশৰ ব্যৱসায়ীসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে।

423719-plastic
ফটো : ইন্টাৰনেট

দৈনন্দিন সামগ্ৰী ক্ৰয়ৰ বাবে ব্যৱহাৰ হৈ অহা ৫০ গ্ৰাম মাইক্ৰনতকৈ কম ওজনৰ প্লাষ্টিক বেগ এতিয়া দোকানীসকলে আৰু নিদিব।

২ অক্টোবৰৰ পৰা সমগ্ৰ দেশৰ ব্যৱসায়ীসকলে ছিংগল য়ুজ প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব।

বৃহস্পতিবাৰে দিল্লীত কেটৰ বৈঠকত ২৯ খন ৰাজ্যৰ ট্ৰেড ফেডাৰেশ্যনৰ সৈতে জড়িত ব্যৱসায়ীসকলে এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে।

আনহাতে, ইয়াৰ ফলত প্লাষ্টিক কোম্পানীসমূহত কৰ্মৰত হাজাৰ সংখ্যক লোকে চাকৰি হেৰুওৱাৰ বিষয়টো চৰকাৰে আলোচনা কৰি তেওঁলোকক বিকল্প সংস্থাপন আগবঢ়োৱাৰ কথাও চিন্তা কৰিছে।

কেটৰ সাধাৰণ সচিব প্ৰবীন খাণ্ডেলৱালে এফ এম চি জি, উপভোক্তা সামগ্ৰী, দৈনন্দিন ব্যৱহৃত সামগ্ৰী, ঔষধ তথা পেকেজিঙৰ আন কামত জড়িত কৰ্পোৰেট কোম্পানীসমূহক প্ৰেৰণ কৰা এখন মুকলি পত্ৰত ছিংগল য়ুজ প্লাষ্টিকৰ ব্যৱহাৰ প্ৰকৃতি বিৰুদ্ধ বুলি উল্লেখ কৰিছে।

প্ৰধান মন্ত্ৰীয়ে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৰ্পোৰেট গোষ্ঠী আৰু প্ৰস্তুকৰ্তাসকলে উৎপাদিত থতা প্ৰস্তুত কৰা সামগ্ৰীসমূহক প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উচিত।

ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ বহু দোকানীয়ে ছিংগল য়ুজ্ড প্লাষ্টিকৰ সলনি কাপোৰৰ বেগৰ অৰ্ডাৰ দিছে।

দেশত পেকেজিঙৰ কাৰণে ৪৩শতাংশ প্লাষ্টিক ব্যৱহাৰ হয়। ইয়াৰ পাছতে ইনফ্ৰাষ্ট্ৰাকছাৰত ২১ শতাংশ, অটো ছেক্টৰত ১৬ শতাংশ আৰু কৃষিত ২ শতাংশ ব্যৱহাৰ হয়।

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সমীক্ষা অনুসৰি, প্ৰতিদিনে ২৬ মেট্ৰিক টন প্লাষ্টিক প্লাষ্টিক জেনেৰেট হয়।

পৰিৱেশৰ প্ৰতি ভাবুকি স্বৰূপ এই প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ হ’লে প্ৰকৃতিৰ প্ৰতি মানুহৰ এয়া হ’ব এক মহৎ দান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

October 28, 2026 6:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd