• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নানৰ সৈতে ফাদাৰৰ অবৈধ যৌনাচাৰ দেখিছিল ছিষ্টাৰ অভয়াই, সেইবাবেই হত্যা!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 5:04 pm

2 min read

abhaya
26.2k
VIEWS
Share on FacebookShare on Twitter

কোৱা হয় ফাদাৰসকলে হেনো দুৰ্গত জনক বিপদৰ পৰা উদ্ধাৰ কৰে।

কিন্তু ইয়াৰ ওলোটা ছবি এখনহে দেখা গৈছিল তিৰুৱান্তপুৰমত।

চনটো আছিল ১৯৯২। সেই চনৰে মাৰ্চ মাহৰ এটা দিনত তিৰুৱ্ন্তপুৰমৰ এটা গীৰ্জাৰ ১৯ বছৰীয়া ছিষ্টাৰ অভয়াই পুৱা শুই উঠি মুখ-হাত ধুবলৈ কুঁৱাৰ কাষলৈ গৈছিল।

কিন্তু কুঁৱাৰ কাষ পাই থমকি ৰৈছিল অভয়া। সেই সময়ত তাত দুজন পাদ্ৰীয়ে এগৰাকী নানৰ সৈতে লিপ্ত হৈ আছিল মুকলি যৌনাচাৰত ।

ঘটনাটো গাপ দিয়াৰ বাবেই সেই দিনাই পাদ্ৰী দুজনে নানগৰাকীৰ সৈতে মিলি ছিষ্টাৰ অভয়াক চোকা অস্ত্ৰেৰে হত্যা কৰিছিল আৰু মৃতদেহটো কুঁৱাত পেলাই দিছিল।

অভয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চৌদিশে ঘটনাটোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰথমাৱস্থাত অভয়াই আত্মহত্যা কৰা বুলি গীৰ্জা কৰ্তৃপক্ষই প্ৰচাৰ চলাইছিল।

আনকি তদন্তকাৰী সংস্থা চিবিআইয়েও অভয়াই আত্মহত্যা কৰা বুলিয়েই ভাবিছিল।

পিছত অধিক তদন্তৰ অন্তত অভয়াক হত্যা কৰাৰ বিষয়ত নিশ্চিত হৈছিল তদন্তকাৰী সংস্থায়ো। ইয়াৰ পিছতে এই হত্যাকাণ্ড দুজন পাদ্ৰী আৰু এগৰাকী নানে কৰাৰ কথা প্ৰমাণ হৈছিল।

১৯৯২ চনতে সংঘটিত এই ঘটনাটোৰ ৰায়দান সুদীৰ্ঘ ২৮ বছৰৰ অন্তত আজি দিয়া হয়।

বিশেষ আদালতে ছিষ্টাৰ অভয়াক হত্যা কৰাৰ বাবে বৰ্তমান ফাদাৰলৈ উন্নীত হোৱা টমাছ কোট্টুৰ আৰু ছিষ্টাৰ ছেফিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে পাঁচ লাখকৈ টকাৰ জৰিমনা বিহে।

চিবিআইৰ বিশেষ আদালতৰ ৰায় শুনাৰ পিছতে ভাগি পৰে ফাদাৰ কোট্টুৰ আৰু ছিষ্টাৰ ছেফি।

তেওঁলোকে কেঞ্চাৰত আক্ৰান্ত বুলি কৈ শাস্তি লাঘৱ কৰাৰ বাবে আদালতত আবেদন কৰে যদিও আদালতে ক্ষমাৰ অযোগ্য কাম কৰা লোকৰ শাস্তি লাঘৱ কৰিব পৰা নাযাব বুলি জনাই দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd