DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ ‘কা’ বিৰোধী আন্দোলনৰ হিংসাত্মক ঘটনাৰ অভিযোগনামাত সীতাৰাম য়েচুৰী,যোগেন্দ্ৰ যাদৱৰ নাম

জাঙুৰ খাই উঠিল কংগ্ৰছকে ধৰি অন্যান্য বিৰোধী দল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 11:46 am
delhi
359
VIEWS
Share on FacebookShare on Twitter

‘কা’ বিৰোধী আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আজি অভিযোগনামা দাখিল কৰিছে।

dehli-riots-news-solanki

লক্ষ্যণীয় ভাবে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত ২৩-২৬ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জৰিত বুলি নাম উল্লেখ কৰা হৈছে চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ, বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, তথ্য চিত্ৰ নিৰ্মাতা ৰাহুল ৰয় আদিৰ নাম।

এইসকল ব্যক্তিয়ে উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক হিংসাত জৰিত হ’বলৈ উচটনি দিয়াৰ অভিযোগ কৰা হৈছে।

ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে আন কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে অভিযোগনামাত সীতাৰাম য়েচুৰীৰ দৰে লোকৰ নাম সন্নিবিষ্ট কৰাৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ নিহিত থকা বুলি অভিযোগ কৰিছে কংগ্ৰেছকে ধৰি তৃমমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে।

কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত মন্তব্য কৰি কয় যে সীতাৰাম য়েচুৰীৰ দৰে লোকসকল ক্ষমতাত থকা স্বাৰ্থপৰ সকলতকৈ অধিক দেশভক্ত।

কংগ্ৰেছ সদায় য়েচুৰী আৰু অন্যান্যসকলৰ পক্ষত আছে বুলি তেওঁ কয়। তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰয়ো বিষয়টো সন্দৰ্ভত বিজেপিক উভতি ধৰিছে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd