• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতা ভৱনত স্থাপন কৰা হ’ব ছ্যুকাফাৰ প্ৰতিমূৰ্তি: মুখ্য মন্ত্ৰী সোণোৱাল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বৰ্গদেউগৰাকীৰ নামত প্ৰতিষ্ঠা কৰা হ’ব এখন আসন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 7:49 am
Story-10-1140x570

স্বৰ্গদেউ চাওলুং ছ্যুকাফালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কয় যে চাওলুং ছ্যুকাফাৰ এটা প্ৰতিমূৰ্তি জনতা ভৱনত স্থাপন কৰা হ’ব আৰু সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বৰ্গদেউগৰাকীৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব।

অসম দিৱস উপলক্ষে যোৰহাটত এখন জনসভাত ভাষণ দি সোণোৱালে কয় যে অসমৰ বুৰঞ্জীত বৃহত্তৰ অসম গঠনত চাওলুং ছ্যুকাফাৰ বৰঙণি অতুলনীয়।

Apply Now

সোণোৱালে অসমৰ জনসাধাৰণক অখন শক্তিশালী অসম গঢ়াৰ বাবে ছ্যুকাফাৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়।

‘’স্বৰ্গদেউ  চাওলুং ছ্যুকাফা বৃহত্তৰ অসমীয়া সমাজৰ নিৰ্মাতা আছিল। তেওঁ তেওঁৰ সমন্বয়, একতা আৰু সম্প্ৰীতিৰ নীতিৰে এখন বিশাল আৰু সমৃদ্ধিশালী অসমৰ ভেটি গঢ়িছিল।

‘’প্ৰকৃততে, অসমীয়াই অতীতত তেওঁলোকৰ শত্ৰুৰ বিৰুদ্ধে প্ৰতিটো প্ৰত্যাহ্বানকে সফলতাৰে প্ৰতিৰোধ কৰিছিল আৰু ইয়াৰ পৰিচয়ৰ প্ৰতি অহা প্ৰতিটো ভাবুকিয়ে ইয়াত কোনো খোপনি পুতিব পৰা নাছিল,’’-ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

সোণোৱালে যুৱ প্ৰজন্মক স্বৰ্গদেউ  চাওলুং ছ্যুকাফাৰ জীৱন আৰু কৰ্মৰ বিষয়ে বিতং অধ্যয়নৰ বাবে আহ্বান জনায়।

‘’ভৱিষ্যতে স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বিকাশৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হ’ব,’’-মুখ্য মন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয় যে ৪২গৰাকী আহোম স্বৰ্গদেউৰ চহকী স্মৃতি সংৰক্ষণৰ বাবে চৰাইদেওত  স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ স্থাপনৰ উপৰি চৰাইদেও মৈদাম স্থলীক “বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতিৰ বাবে পদক্ষেপ চলাই থকা হৈছে।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন আসন আৰু জনতা ভৱনৰ চৌহদত এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে সদৰী কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মুখ্য মন্ত্ৰী সোণোৱালে স্বৰ্গদেউ  চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত স্বৰ্গদেউ  চাওলুং ছ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd