DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন জিলা উপায়ুক্তৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 16, 2018 7:06 am
IMG-20181115-WA0015

ফটো : নৰ্ছ-ইষ্ট নাও

226
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিভ্ৰমণ কৰে। চিকিৎসালয়খনৰ আন্তঃগাথনি দিশৰ বুজ লোৱাৰ লগতে পৰিস্কাৰ পৰিছন্নতা, খোৱাপানী সুবিধা, ৰোগীৰ বাবে পৰ্য্যাপ্ত ঔষধ মজুত আছে নে নাই সেই সমূহৰ বিষয়ে উপায়ুক্ত গৰাকীয়ে বুজ লয়।

পৰিদৰ্শনৰ পিছতেই উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সভাত অংশ গ্ৰহণ কৰে। সভাত উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ কাম কাজৰ পৰ্য্যালোচনা কৰাৰ লগতে চিকিৎসাধীন ৰোগী সকলক চৰকাৰী আঁচনিসমুহৰ সুবিধা দিয়া হৈছে নে নাই আৰু চৰকাৰী সেৱা সমুহৰ সুবিধা লবলৈ ৰাইজক অৱগত কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চিকিৎসালয় খনৰ বিষয়া কৰ্মচাৰী সকলক আহ্বান জনায়।

আনহাতে চিকিৎসালয়খনৰ ৰোগী আৰু চিকিৎসা কৰ্মীৰ নিৰাপত্তা আদি দিশ সম্পৰ্কেও বিস্তৃত ৰূপত আলোচনা কৰে।

ইয়াৰ উপৰি চিকিৎসালয় খন পৰিস্কাৰ-পৰিচ্ছনতা তথা ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱাৰ বাবে বহু কেইজন চফাই কৰ্মচাৰীক নগদ ধনেৰে পুৰস্কাৰ প্ৰদান কৰে আৰু ভৱিষ্যতে যাতে এনেদৰে কৰ্মৰ ক্ষেত্ৰত সেৱাৰ মনোভাৱেৰে আগবাঢ়ে তাৰ বাবে আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd