• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিৱসাগৰত পক্ষী নিৰীক্ষণ কাৰ্যসূচী আয়োজিত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 27, 2019 9:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযানৰ নৱতম পদক্ষেপ পক্ষী নিৰীক্ষণ কাৰ্যসূচী আজি জিলাখনৰ ঐতিহাসিক পহুগড়ত আয়োজন হয়।

জিলা প্ৰশাসনৰ উদ্যোগত আৰু জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জড়িত স্বেচ্ছাসেৱী অনুষ্ঠান “আৰণ্যক”ৰ সক্ৰিয় সহযোগত ঐতিহাসিক পহুগড়ত পুৱা ৬:৩০ বজাৰ পৰা আয়োজিত পক্ষী নিৰীক্ষণ কাৰ্যসূচীত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই।

Apply Now

ছাত্ৰ-ছাত্ৰীসকলক পদ্ধতিগত ভাৱে পক্ষী চিনাক্ত কৰা আৰু নিৰীক্ষণ কৰাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শিৱসাগৰলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলক কেনেদৰে পক্ষী নিৰীক্ষণ কৰোৱা হ’ব সেই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত টুৰিষ্ট গাইডসকলক আভাস দিয়া হয় এই কাৰ্যসূচীত।

শিৱসাগৰৰ বিভিন্ন পৰ্যটন তথা ঐতিহাসিক ক্ষেত্ৰসমূহক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে পুৱা পহুগড়ত থকা জলাশয়ত বসতি স্থাপন কৰা বহুকেইটা প্ৰজাতিৰ পক্ষী নিৰীক্ষণ কৰা হয় আৰু পক্ষীসমূহৰ প্ৰকাৰ,আচৰণ তথা সংৰক্ষণৰ ওপৰত আৰণ্যকৰ বিষয়-ববীয়া সকলে বক্তব্য আগবঢ়ায়।

এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰগ্ৰাম চেক্ৰেটাৰী বিভূতি প্ৰসাদ লহকৰ, আৰণ্যকৰ হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্রৱন্ধক অৰিফ হুছেইন আৰু Jungle Travels India -ৰ পক্ষী আৰু বন্যপ্ৰাণী দৰ্শন বিভাগৰ প্রৱন্ধক আবিদূৰ ৰহমানে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্রদান কৰে।

অসম তথা দেশৰ পৰ্যটন মানচিত্ৰত শিৱসাগৰক এক সুকীয়া স্থান দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই হাতত লোৱা এই বিশেষ পদক্ষেপে আজি বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

এই অনুষ্ঠানত শিৱসাগৰ জিলাত বিশেষ চৰকাৰী কামত আহি উপস্থিত হোৱা  ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণ (National Monuments Authority) -ৰ অধ্যক্ষ তৰুণ বিজয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ সঞ্চালিকা দীপিৰেখা কৌলিও উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণৰ অধ্যক্ষ গৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগৰ আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ প্ৰয়াস অব্যাহত ৰাখিলে পহুগড়ে নিশ্চিত ভাৱে এছিয়াৰ ভিতৰত প্ৰথম “জৈৱ বৈচিত্ৰ্য কীৰ্তিচিহ্ন”ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে পহুগড়ৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এই অঞ্চলত পূৰ্বতে চলি থকা বনভোজ, মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য্য নিষিদ্ধ কৰিছে।

জিলা প্ৰশাসনে সময়ে সময়ে পক্ষী নিৰীক্ষণ কাৰ্যসূচী অব্যাহত ৰখাৰ লগতে অতি সোনকালে জিলাখনৰ জলাশয়, আদ্ৰভূমি আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ দাঁতিকাষৰীয়া অঞ্চলত শীতকালৰ পক্ষী সমূহৰ জৰীপ কৰাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰিব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd