• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৫৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 27, 2020 4:44 pm

2 min read

শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৫৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন

ফটো : নৰ্থ-ইষ্ট নাও

175
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যতম পুৰণি সাংবাদিক সংস্থা শিৱসাগৰ জিলা সাংবাদিক সংস্থাই অতিক্ৰম কৰিলে গৌৰৱোজ্জল ৫৬ টা বছৰ।

১৯৬৪ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰয়াত শিক্ষাবিদ পৱনাথ শৰ্মা, চন্দ্ৰ ভূঞা, বীৰেন বৰকটকী, প্ৰফুল্ল চন্দ্ৰ দত্ত, সোমেশ্বৰ কাকতি, গদা চুতীয়া, নীল গোহাঁই আদিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল শিৱসাগৰ জিলা সাংবাদিক সংস্থা।

উল্লেখ্য যে, অসম সাহিত্য সভাৰ দুজনকৈ প্ৰাক্তন সভাপতি ক্ৰমে বীৰেন বৰকটকী আৰু ড° লীলা গগৈ শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি আছিল।

ইয়াৰ উপৰি অসমৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াক শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি হৈ থকা অৱস্থাতে হত্যা কৰা হৈছিল।

আজি সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সমগ্ৰ বিশ্বজুৰি চলি থকা ক’ৰ’না মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চলি থকা বিভিন্ন চৰকাৰী নীতি নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই শিৱসাগৰ জিলা সাংবাদিক সংস্থাই প্ৰতিষ্ঠা দিৱসটি অনুষ্টুপিয়াকৈ উদযাপন কৰে।

সংস্থাৰ সভাপতি সোমেশ ডেকাই পতাকা উত্তোলন কৰা আৰু সম্পাদক জয়জ্যোতি গগৈয়ে উদেশ্য বাখ্যা কৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শৈক্ষিক দিশত শিৱসাগৰ জিলাখনক শ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলক সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকি লেখক সমালোচক চামচুল বাৰিক, সন্তোষ দত্ত, মনোজ গগৈ, হৰেশ বৰুৱাকে ধৰি কেইবাজনো ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd