• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰক প্লাষ্টিকমুক্ত কৰিবলৈ পৌৰসভাৰ কঠোৰ পদক্ষেপ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 21, 2019 8:16 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

703
VIEWS
Share on FacebookShare on Twitter

আহোম ৰাজত্ব কালৰ ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ চহৰখনক পৰিস্কাৰ আৰু প্লাষ্টিকমুক্ত কৰি ৰখাৰ উদ্দেশ্যে শিৱসাগৰ পৌৰসভাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেই অনুসৰি নগৰখনত পলিথিন বেগৰ ব্যৱহাৰ আৰু বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈয়ে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে ভাৰত চৰকাৰৰ প্লাষ্টিক ৱেষ্টেজ মেনেজমেন্ট নীতি ২০১৬ৰ অধীনত শিৱসাগৰত সম্পূৰ্ণৰূপে পলিথিনৰ কেৰিবেগ নিষিদ্ধ কৰা হৈছে। এই ক্ষেত্ৰত শিৱসাগৰ পৌৰসভাই ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে বিগত দিনসমূহত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে।

আজিৰ নিৰ্দেশনাৰ জৰিয়তে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, দোকান পোহাৰ তথা ৰাইজক প্লাষ্টিকৰ সামগ্ৰী, পলিথিনৰ কেৰিবেগ বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই নিৰ্দেশনা অমান্য কৰাসকলকৰ ওপৰত জৰিমনা বিহা, ব্যৱসায়িক প্ৰমাণপত্ৰ বাতিল, বিজুলী যোগান কৰ্তনৰ দৰে শাস্তি বিহা হ’ব বুলি জনোৱা হয়।

পলিথিনৰ কেৰিবেগ ব্যৱহাৰকাৰী পাইকাৰী বিক্ৰেতাক ৫০০০ টকা, খুচুৰা বিক্ৰেতাক ১০০০ টকা আৰু গ্ৰাহকক ৫০০ টকা পৰ্য্যন্ত জৰিমনা বিহা হ’ব বুলি নিৰ্দেশনাত প্ৰকাশ।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd