DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 8, 2020 12:13 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

698
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলায়। নগৰৰ বিভিন্ন স্থানত অভিযান চলাই মাস্ক পৰিধান নকৰা ব্যক্তিক জৰিমনা বিহে শিৱসাগৰ আৰক্ষীয়ে।

কালিৰ দিনটোতে শিৱসাগৰ আৰক্ষীয়ে ৩২,৫০০ টকা জৰিমনা সংগ্ৰহ কৰে মাস্ক নিপিন্ধা ব্যক্তিৰ পৰা।

উল্লেখ্য যে শিৱসাগৰ জিলা প্ৰশাসনে জনসাধাৰণক সামাজিক দূৰত্ব মানি চলিবলৈ, মাস্ক পৰিধান কৰিবলৈ আৰু প্ৰয়োজন নহ’লে বাহিৰলৈ নোলাবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতে প্ৰশাসনৰ আহ্বানক আওকাণ একাংশ ব্যক্তিয়ে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই আহি ভিৰ কৰা দেখা গৈছিল।

যাৰ বাবে কঠোৰ হ’ব লগীয়া হয় শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন।

আনহাতে শিৱসাগৰত ক’ৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে নগৰৰ চাৰিটা অঞ্চল কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে। তাৰে দুটা অঞ্চল শিৱসাগৰৰ সদা ব্যস্ত দ’লমুখ চাৰিআলি আৰু হস্পিতেল ৰ’ড।

শিৱসাগৰত ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে আৰু জন সমাগম কমাবৰ বাবে আজিৰ পৰা শিৱসাগৰ জিলাৰ পৌৰসভা এলেকাত ব্যক্তিগত বাহন চলাচলত যুগ্ম-অযুগ্ম নীতিৰ ব্যৱস্থা কৰিছে।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd