• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবাদত সেও মানি আৰক্ষীয়ে মুকলি কৰি দিলে শৃংখল চলিহাক; ক্ষমাও খুজিলে দুই সাংবাদিকক

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , December 11, 2019 7:55 am

1 min read

IMG-20191210-WA0071

ফটো : নৰ্থ-ইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে গৌৰিসাগৰ থানাৰ সন্মুখত অসম আৰক্ষীয়ে সাংবাদিকক নিৰ্মম প্ৰহাৰ কৰা আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰা কাৰ্যত ক্ষুব্ধ হৈ শিৱসাগৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে শিৱসাগৰ আৰক্ষী থানা ঘোৰাও কৰে।

হাজাৰ হাজাৰ যুৱকে ঘেৰাও কৰে শিৱসাগৰ সদৰ আৰক্ষী থানা।

সাংবাদিকক প্ৰহাৰ কাৰ কাৰ্যক লৈ ৰাইজে কৰা প্ৰতিবাদত সেও মানি অৱশেষত শিৱসাগৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে সাংবাদিক আচিফ আলি আৰু শশাংক গগৈৰ ওচৰত ক্ষমা খোজাৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি কৰি দিয়ে।

উল্লেখ্য যে গৌৰীসাগৰ থানাই আটক কৰা শৃংখল চলিহাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আচিফ আলি আৰু শশাংক গগৈৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰে।

সাংবাদিকৰ পৰিচয় পত্ৰ থকাৰ পাছতো আৰু নিজকে সাংবাদিক বুলি পৰিচয় দিয়া স্বত্তেও আৰক্ষীয়ে লাঠি আৰু বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰে দুয়োজন সাংবাদিকক।

ইয়াক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰত। শিৱসাগৰ সদৰ থানাৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে জোঁৰ সমদলেৰে শিৱসাগৰ উত্তপ্ত কৰি তোলে।

শৃংখল চলিহাৰ মুক্তিৰ দাবীত হাজাৰ হাজাৰ শিৱসাগৰ ৰাইজৰ লগতে যোৰহাট, চৰাইদেউ জিলাৰ পৰাও শ শ ৰাইজ আহি শিৱসাগৰ থানা ঘেৰাও কৰে।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd