• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়ণৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ; এজাক বৰষুণতেই জলমগ্ন শিৱসাগৰ চহৰ

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
July 26, 2020 3:02 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

419
VIEWS
Share on FacebookShare on Twitter

মিছা প্ৰতিশ্ৰুতিৰে উন্নয়ণৰ ঢাকঢোল বজোৱা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ আজি প্ৰকাশ হ’ল শিৱসাগৰ চহৰৰ মাজমজিয়াত।

ৰাতিপুৱা অহা এজাক বৰষুণতেই শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰে।

শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলি, হস্পিতেল ৰোড, টেম্পল ৰোড, আমোলাপট্টি, মুক্তিনাথ চাৰিআলি, কেন্দ্ৰীয় বজাৰ, বৰ্ডিং ৰোড, পুৰণা চক বজাৰকে ধৰি বিভিন্ন অঞ্চল বৰষুণৰ পানীয়ে বুৰায় পেলায়।

পাঁচটা বছৰে বিজেপিৰ শাসনত থকা শিৱসাগৰ পৌৰসভাই  চহৰত উন্নয়ণৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল যদিও সেই আঁচনি কেৱল কাগজে পত্ৰতে পৰি ৰ’ল।

২০১৮ চনতেই শিৱসাগৰ চহৰৰ সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঠনি উন্নয়ণৰ বাবে চিটি ইনফ্ৰাচটক্সাৰ ডেভেলপমেন্ট ফাণ্ডৰ জৰিয়তে ১০০ কোটি টকা আবন্টন পোৱা বুলি ঘোষণা কৰিছিল পৌৰসভা আৰু জিলা প্ৰশাসনে। সেই টকাৰ এটা অংশৰে শিৱসাগৰ চহৰৰ নলা নৰ্দমাসমুহ বিজ্ঞান সন্মতভাৱে বনোৱাৰ এক অভিলাষী আঁচনি ঘোষণা কৰিছিল পৌৰসভাই।

কিন্তু পুঁজি আবন্টন পোৱাৰ দুটা বছৰৰ পাছতো চহৰৰ নলা নৰ্দমা সমুহ নিৰ্মাণ কৰাৰ কোনো কামেই হাতত নললে শিৱসাগৰ পৌৰসভাই। যাৰবাবে এজাক বৰষুণতেই জলমগ্ন হৈ পৰে শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চল।

ইপিনে, কিছুদিন পূৰ্বে কাৰ্যকাল শেষ হোৱা বিজেপি শাসনাধিষ্ঠ পৌৰ সমিতিয়ে শিৱসাগৰৰ উন্নয়ণৰ নামত অহা পুঁজিৰ হিচাপ ৰাজহুৱা কৰিবলৈ দাবী জনায় একাংশ সচেতন ব্যক্তিয়ে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd