• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনালে নৱ নিৰ্বাচিত দুই সাংসদ তপন কুমাৰ গগৈ আৰু তাচাই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 12, 2019 6:58 am
3

ফটো : নৰ্থ-ইষ্ট নাও

845
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে শিৱসাগৰ জিলা জনতা যুৱ মৰ্চাৰ উদ্যোগত চহৰৰ নাট্যমন্দিৰত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত ৯০ শতাংশৰ উৰ্দ্ধৰ ৯০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা ৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ তপন কুমাৰ গগৈয়ে কয় যে সমগ্ৰ বিশ্বৰ চাহিদা অনুসৰি আমি নৱ প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ যুগত বৃহৎ বিশ্বখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত হৈছে। এনে সময়ত দ্ৰুত গতিৰে আগুৱাই যোৱা পৃখিৱীখনত আমাৰ নৱ প্ৰজন্মই আগুৱাই যাবই লাগিব। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতি প্ৰস্তুত কৰিছে। যাৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নত হ’ব।

আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ৰাজ্যসভাৰ নৱ নিযুক্ত সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয়, ‘ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত অধিক কষ্ট কৰাৰ লগতে নৈতিকতা মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিব লাগিব’। তেওঁ লগতে প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগিব বুলিও মন্তব্য কৰে।

অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই কয় যে, বৰ্তমানৰ শিক্ষা ব্যৱস্থাত সফলতাৰ মাপকাঠি নিৰূপিত হৈছে কেৱল নম্বৰৰ ওপৰত। যাৰ বাবে আজিৰ যান্ত্ৰিকতাৰ যুগত বহু ছাত্ৰ-ছাত্ৰীয়ে আত্মীক সম্পৰ্ক পাহৰি পেলাইছে।

অভিনন্দন অনুষ্ঠানত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰফুল্ল চন্দ্ৰ কলিতা, জিলা বিজেপি সভানেত্ৰী সুৰভি ৰাজকুমাৰী, শিৱসাগৰ পৌৰ সভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, ৰাজ্যিক বিজেপি সম্পাদক ভবেন্দ্ৰ নাথ মহন, ধ্ৰুৱজ্যোতি মাউট, ময়ুৰ বৰগোঁহাই, প্ৰাঞ্জল কটকীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd