DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰজাই হুকুম দিছে এদিম চেদিম বাই…শৈশৱৰ ধেমালিৰে উজ্জীৱিত শিৱসাগৰৰ ৰাজপথ

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ উপলক্ষে ব্যতিক্ৰমী সাংস্কৃতিক সমাৰোহ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
December 24, 2021 4:29 pm
182
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ৰাজপথত উজ্জীৱিত হল শৈশৱৰ ধেমালি, বিভিন্ন খেলা ধূলা, অসমৰ পৰম্পৰা তথা গ্ৰাম্য জীৱনৰ এখন নিখুঁত ছবি।

হয়, এই দৃশ্য শিৱসাগৰৰ ৰাজপথৰ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ উপলক্ষে আজি বাহিৰ কৰা এক সাংস্কৃতিক সমাৰোহ।

য’ত দেখিবলৈ পোৱা গ’ল সমনীয়াৰ লগত ঢকুৱাৰ গাড়ীত উঠি আনন্দ কৰা, লুকা চুৰি, ৰজাই হুকুম দিছে এদিম চেদিম বাইকে ধৰি অসমীয়া গ্ৰাম্য জীৱনত সততে দেখা ছবিখন আৰু ক্ৰমাৎ বিলুপ্তি হবলৈ ধৰা থলুৱা খেল ধেমালি প্ৰদৰ্শনেৰে পুনৰ উজলাই তুলিলে গ্ৰাম্য জীৱনৰ পুৰাতন ছবিক।

বেইৰ তলত কইনা নোওৱাৰ পৰা দৰা আদৰালৈকে অসমীয়াৰ বিয়াৰ পৰম্পৰা, ভোগালীৰ উৰুকাৰ মেজি সেকাৰ পৰা জাকৈ জুলুকি পল লৈ মাছ ধৰাৰ ঐতিহ্যলৈকে দেখা পোৱা গ’ল শিৱসাগৰৰ ৰাজপথত।

ইয়াৰোপৰি অনলাইন গেম পাপজিৰ কু প্ৰভাৱ বন্ধ হওঁক, কোভিডৰ ওপৰত সজাগতা, ভেকচিন প্ৰদান কৰিবলৈ গৈ চিকিৎসাকৰ্মীয়ে কেনে পৰিৱেশৰ সন্মুখীন হয় সেই দৃশ্যও উপস্থাপন কৰিছে শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে।

কৃত্ৰিমতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়াৰ গ্ৰাম্য জীৱনৰ পৰম্পৰা, ঐতিহ্য, খেল ধেমালি আদিক নতুন প্ৰজন্মৰ মাজত চিনাকী কৰি দিয়াৰ যি প্ৰয়াস কৰিলে তাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাক সকলোৱে প্ৰশংসা কৰে।

Recent News

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd