• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ হুংকাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 30, 2019 6:59 am
IMG-20190430-WA0000

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত সময়ত অসম চৰকাৰৰ ওচৰত অনুসূচীত জাতিৰ বিভিন্ন দাবী সমাধানৰ বাবে অৱস্থান ধৰ্মঘট ,স্মাৰক পত্ৰ প্ৰদানৰ লগতে বিভিন্ন আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰা স্বত্বেও অসম চৰকাৰে সংগঠনটোৰ এই দাবী সমুহক তিলমানেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। যাৰ ফলত  সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল ক্ষোভিত হৈ পৰিছে।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সভাপতি পৰশজ্যোতি দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে সাংবাদিকলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে,  অসমৰ অনুসূচিত জাতিৰ প্ৰায় অধিকাংশ লোক মৎস্য ব্যৱসায়ত জড়িত। এই মৎস্য ব্যৱসায়ী সকলৰ ৯৮% লোকৰেই অন্য কোনো উপাৰ্জনৰ পথ নাই।

Apply Now

আনহাতে, প্ৰতি বছৰে এপ্ৰিল মাহৰ পৰা জুলাই মাহ পৰ্য্যন্ত অসমত মাছ মৰা কাৰ্য্যত নিষেধাজ্ঞা  আৰোপ কৰা হয়।যাৰফলত এই সময়খিনিত মাছমৰীয়া অৰ্থাৎ মৎস্যজিৱী লোকসকলৰ অৱস্থা পানীত হাহঁ নচৰা হয়।

সন্থাই বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছে যে, মৎস্য ব্যৱসায়ী সকলক উক্ত সময়খিনিত চৰকাৰে এককালীন সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চৰকাৰে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

তাৰোপৰি, অনুসূচিত জাতিৰ অন্যতম উপজাতি “জালৌ মালৌ” সকলক অসমৰ অন্য জিলাসমূহত অনুসূচিত জাতিৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰে। কিন্তু শিৱসাগৰ জিলাত এই ক্ষেত্ৰত জিলাখনৰ জালৌ মালৌ সকলক ভিত্তিহীনভাৱে  বঞ্চিত কৰি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰতো সন্থাই বিগত সময়খিনিত কেইবালানি আন্দোলনৰ কাৰ্য্যসূচী হাতত লৈছিল যদিও আজিকোপতি শিৱসাগৰ জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

তদুপৰি, জিলাখনত থকা ভূমিহীন সকলৰ কথা সন্থাই বাৰম্বাৰ অবগত কৰি থকাৰ পাছতো তেওঁলোকক ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত নহ’ল।  অনুসূচিত জাতিৰ অধিকাৰভুক্ত নদ নদী, বিল জলাশয় আদিবোৰ আজিকোপতি অনা অনুসূচিত জাতিৰ লোকসকলৰ পৰা  অনুসূচিত জাতিৰ লোকসকললৈ হস্তান্তৰ কৰা পৰিলক্ষিত নহ’ল।

প্ৰেছ বিজ্ঞপ্তিত সন্থাই  বিভিন্ন সমস্যাৰে জৰ্জৰিত অনুসূচিত জাতিটোৰ উন্নয়নৰ  স্বাৰ্থত চৰকাৰে আজিকপতি কোনো ধৰণৰ যোগাত্মক সিদ্ধান্ত গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে। কোনো এখন চৰকাৰে আজিকোপতি অনুসূচিত জাতি ৰাইজৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰ  বাজেটত কোনো ধৰণৰ উন্নয়নমূলক আচঁনি গ্ৰহণ নকৰিলে। বৰঞ্চ অনুসূচিত সাংবিধানিক ৰক্ষা কৱচ সংৰক্ষণ আইন খনৰ পৰা  ষড়যান্ত্ৰ কৰি অনুসূচিত জাতিটোক বঞ্চিত কৰিব খোজা বুলি অভিহিত কৰে।

সন্থাই চৰকাৰক সকীয়াই দিয়ে যে অনুসূচিত জাতিৰ বিৰুদ্ধে ৰচনা কৰা যিকোনো ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ সন্থাই সকলো দিশৰে পৰা সস্তম হৈ আছে। প্ৰয়োজনত চৰম পন্থা অবলম্বন কৰিবলৈকো সন্থাই কুন্ঠাবোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে। চৰকাৰৰ স্বৈৰাতন্ত্ৰক সন্থাই কেতিয়াও সহজভাবে নলয় বুলিও সকীয়াই দিয়ে।

বিবৃতিটোত  সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে কয় যে “ৰাজ্যত আৰ্তজনৰ বিপদত দায়িত্ব পালন কৰিব নোৱাৰা চৰকাৰৰ কোনো প্ৰমূল্যবোধ নাই অথবা প্ৰয়োজনীয়তা নাই। সকলো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। চৰকাৰে আমাক অমান্য কৰিছে, গতিকে আমি চৰকাৰক অমান্য কৰিম” বুলি মন্তব্য কৰে। আনহাতে সম্পাদক  মৃদুল দাসে কয় যে, “আমাৰ ধৈৰ্য্যই চৰম পৰ্যায় অতিক্ৰম কৰিলে, আচিৰেই ধাৰাবাহিক তথা জংগী আন্দোলনৰে মোকাবিলা কৰিব লাগিব চৰকাৰে।”

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd