• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাৰাগাৰৰ ভিতৰৰ পৰাই কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 19, 2020 9:20 am

1 min read

Chabua police arrest Akhil Gogoi from jail

প্ৰতিনিধিত্বমূলক ছবি

6.4k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ৫-৩০বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কৃষক নেতাজনক শিৱসাগৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি নিয়ে।

জাইল’ আৰু বলেৰ’ গাড়ীৰে অহা শিৱসাগৰ আৰক্ষীৰ দল এটাই কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে।

শিৱসাগৰ সদৰ আৰক্ষীৰ দলটোৱে তিনিদিন পূৰ্বৰে পৰা গুৱাহাটীত বাহৰ পাতি আছিল বুলি জানিব পৰা গৈছে।

যোৱা ১৭ মাৰ্চত NIA গোচৰৰ পৰা মুক্ত হৈছিল কৃষক নেতাগৰাকী। কিন্তু জামিন লাভ কৰাৰ লগে লগে শিৱসাগৰ আৰক্ষীয়ে অখিলক ৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আবেদন জনাইছিল।

সেই আবেদনৰ ভিত্তিত কৃষক নেতাগৰাকীক আদালতে শিৱসাগৰ আৰক্ষীৰ জিম্মাত দিয়ে।

উজনি অসমৰ বহু কেইখন থানাত অখিলৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ।

অখিলৰ বিৰুদ্ধে টীয়ক থানাত ৬৯৫/১৯, শিৱসাগৰ থানাত ১৩৪৪/১৯ গৌৰীসাগৰ থানাত ১৫৪/১৯ আৰু চাবুৱা থানাত ২৮৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৪৭/ ১৪৮/ ১৪৯/ ৩৩৬/ ৩৫৩/  ৩২৬/ ৩০৭ ধাৰাত গোচৰ ৰুজু হৈ আছে।

Recent News

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

pamela Anderson married to her bodyguard

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd