• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ অভিযানত আটক গোলাঘাটৰ সুৰা চুৰি কাণ্ডৰ লগত জড়িত ছয়জন

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
April 27, 2019 7:03 am
Now Assam Rifles have power to arrest and search without warrant in Northeast

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া কাৰ্বি আংলং আৰু নাগালেণ্ডক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ পৰা এচাম অপৰাধীয়ে  বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ চলাই থকাৰ বাতৰি সংবাদ মাধ্যমত পৰিবেশন হৈ আহিছে।

বিগত কিছুদিন পূৰ্বে নিশাটোৰ ভিতৰত লাখপতি হোৱাৰ বাবে চিনেমাৰ কৌশলেৰে  ছয়জনীয়া চোৰৰ চক্ৰ এটাই গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী দুখন সুৰাভৰ্তি ট্ৰাক অপহৰণ কৰি ট্ৰাকত থকা সুৰাখিনি বিক্রী কৰাৰ এক বৃহৎ ঘটনা পোহৰলৈ আহে।

Apply Now

ইতিমধ্যে, গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চুৰিকাণ্ডটোৰ মূল ব্যক্তিকেইজন হল–অভিজিত বৰা, আমজাদ খান, চামছুদ্দিন আহমেদ ওৰফে ৰাজু, শান্তি হাতীবৰুৱা,ৰাজা কলিতা আৰু সুৰেন কুমাৰ তেজৱাল। গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই  ঘটনা সন্দৰ্ভত দিয়া তথ্য অনুসৰি বিগত ৬ মার্চত গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা এহাজাৰ কাৰ্টন বিলাতী সুৰালৈ দুখন ট্ৰাক যোৰহাটলৈ বুলি ৰাওনা হয় যদিও ট্ৰাক দুখন যোৰহাট পোৱাৰ পূর্বেই দুষ্ট চক্ৰৰ দ্বাৰা অপহৰণ কৰা হয়।

ঘটনাৰ ভিত্তিত সুৰাৰ গৰাকীজনৰ অভিযোগৰ ভিত্তিত গড়চুক থানাত ১৪৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ অপৰাধ আৰু অনুসন্ধান শাখাই বিষয়টোৰ তদন্ত আৰম্ভ কৰি গোলাঘাট আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

সোমবাৰে গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শান্তিপূৰৰ বাসিন্দা আমজাদ খানৰ বাসগৃহত এখন চুৰি ট্ৰাক  থকাৰ কথা জানিব পাৰে আৰু লগে লগে ধৃত আমজাদক সোধপোচ আৰম্ভ কৰে। ব্যক্তিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সমগ্ৰ চুৰিকাৰ্য আৰু আঁৰৰ ব্যক্তিকেইজনৰ কথা পোহৰলৈ আহে।

জানিব পৰা মতে সমগ্র ঘটনাৰ পৰিকল্পনা কৰিছিল অভিজিত বৰাই । নিজৰ ভাতৃৰ  এখন ট্ৰাকসহ দুইখন গাড়ী অভিজিতে অপহৰণ কৰি আনি আমজাদৰ বাসগৃহত ৰাখে আৰু কিছুদিনৰ পাছত গাড়ী দুখন চুৰি হোৱা বুলি দেৰগাঁও থানাত এটা ভূৱা গোচৰ তোৰে।

আনহাতে, সমগ্ৰ ঘটনা ইমান সংগোপনে সংঘটিত হৈছিল যে কোনোধৰণৰ শ্ৰমিক অবিহনে তেওঁলোক  ছয়জন লোকেই সুৰাখিনি ট্ৰাকৰ পৰা নমোৱা আৰু দুদিনৰ ভিতৰত ৭ খন টাটা মোবাইল গাড়ীৰে  শিলনীজানলৈ লৈ গৈ বিক্ৰী কৰা কাম সমাধান কৰিছিল।

বিশ লাখ টকা মূল্যৰ সুৰাখিনি চুৰি চক্ৰটোৱে ১৪ লাখ টকাত বিক্ৰী কৰে। বৰ্তমান আৰক্ষীয়ে উক্ত টকাখিনিৰ অনুসন্ধান চলাই আছে। আজি উক্ত চোৰৰ দলটোক গড়চুক আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই গুৱাহাটীত হাজিৰ কৰাৰ পাছত কালিলৈ পুনৰ গোলাঘাটলৈ আনিব বুলি জানিব পৰা গৈছে। অতি কৌশলপূৰ্ণভাবে নগৰৰ মাজমজিয়াত সংঘটিত কৌশলপূৰ্ণ চুৰিকাৰ্য আৰু চোৰৰ দলটোৰ তথ্য পোহৰলৈ অহাৰ পিছত আজি সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd