• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 27, 2022 6:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ৰ প্ৰতিষ্ঠান চৌহদত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা প্ৰায়োজিত এখনি অল্পকালীন শিক্ষক-বিকাশ আৰু শিকন অনুষ্ঠান( Short term Training Program) এটিৰ সফল সামৰণি পৰে।

যোৱা ২০জুন ২০২২ৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হোৱা শিক্ষক-বিকাশ আৰু শিকন অনুষ্ঠানটিৰ মূল বিষয়বস্তু আছিল” গৱেষণা আৰু গৱেষণা পত্ৰসমূহৰ প্ৰকাশৰ ক্ষেত্ৰত এজন শিক্ষকৰ দ্বাৰা নৈতিক শুদ্ধতা আৰু নীতিশিক্ষাসমূহক মান্যতা প্ৰদান কৰা”।

Apply Now

প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ তথা অনুষ্ঠানটিৰ এজন মূল ব্যক্তি হিচাপে ড: গৌৰাংগ দাস দেৱে উপস্থিত সকলোকে আদৰণি সম্ভাষণ জনায় ইয়াৰ পিছতেই গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল’জী প্ৰতিষ্ঠানৰ অধ্যক্ষ ড: থুলেশ্বৰ নাথে আৰম্ভণি ভাষণ আগবঢ়ায়।

অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য সমূহ ব্যাখ্যা কৰাৰ লগতে উপস্থিত সকলোকে আকৌ এবাৰ অভিবাদন জনায় প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ অধ্যাপক ড: ডামিকী লালুৱে।

সৰ্বমুঠ ১৭খন কাৰিকৰী বৈঠক অনূষ্ঠিত হোৱা অনুষ্ঠানটিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ বিভিন্ন দিশৰ লগত জড়িত কেইবাজনো ব্যক্তিয়ে অনুষ্ঠানটিৰ শিৰোনামটিৰ লগত সংগতি ৰাখি বিশ্লেষণাত্মক তথ্য আগবঢ়ায়। উপস্থিত থকা বিশেষ ব্যক্তিসকলৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য প্ৰফেছাৰ অলক কুমাৰ বুঢ়াগোহাঁই,অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ প্ৰবোধ বৰা, প্ৰফেছাৰ প্ৰীতম মোহন। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অজয়কুমাৰ বি. কুনুমকাঢ়া,বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিক ড: ফায়াজ্জুদিন আহমেদ, নাইপাৰ গুৱাহাটীৰ ড:সুভম বেনাৰ্জী , গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড:প্ৰাঞ্জল শইকীয়া, যোৰহাটস্থিত CSIR-NETৰ মুখ্য বিজ্ঞানী ড: অৰ্চনা মণি দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড: সুভাষ মেধি, মেঘালয়ৰ মেডিকেল ৰাইটাৰ ইমানকুলিছ ৰানী, বিউ্যৰ’ অৱ পেটেণ্ট আৰু ট্ৰেডমাৰ্ক, গুৱাহাটীৰ নিৰ্দেশক প্ৰদীপ্ত কে. বগছি আদি বিশিষ্ট ব্যক্তিসকল।

উপস্থিত থকা ব্যক্তি সকলৰ মাজত গৱেষণা আৰু অনুসন্ধানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ সঠিক ব্যৱহাৰ, গৱেষণা পত্ৰসমূহৰ প্ৰকাশৰ ক্ষেত্ৰত নৈতিক শুদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান, গৱেষণাৰ অৱকাশ থকা ফাৰ্মাচী তথা ৰাসায়নিক আৰু প্ৰাকৃতিক বস্তুবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ প্ৰদান কৰাকে ধৰি গৱেষণাৰ লগত জড়িত বিভিন্ন দিশ সমূহৰ ওপৰত গভীৰ আলোচনা তথা বিশদভাৱে পৰ্যালোচনা অনুষ্ঠিত হয়।

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক, গৱেষক, অধ্যাপক তথা উদ্যৌগিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত শেষৰ দিনৰ কাৰ্যসূচী হিচাপে অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰকল্প নিৰীক্ষণ কমিটি(PMC) দ্বাৰা এটি মূল্যাংকন পৰীক্ষাৰো ব্যৱস্থা কৰা হয়।সদৌশেষত অনুষ্ঠানটিৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা ড:ডামিকী লালুৱে সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সকলোৰে সহায় সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd