• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী ব্যক্তিৰ আত্মহত্যাৰ বাবে যোৰহাটৰ ছয় গৰাকী মহিলাক গ্ৰেপ্তাৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
September 17, 2019 7:35 am
suicide 1

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ব্যক্তিক আত্মহত্যা কৰাৰ বাবে উচটোৱাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে যোৰহাটৰ গৰমূৰৰ পৰা ছয় গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই কয় যে ছয় গৰাকী মহিলা-মধুস্মিতা দাস, বুলু দাস, শেৱালি দাস, বাসন্তী হাজৰিকা, দিপালী পাঠক আৰু কবিতা নাথ দাসক কুশল ৰাজবংশী নামৰ লোকজনক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে যোৰহাট আৰক্ষী থানাত আটাইকেইগৰাকী মহিলাৰ বিৰুদ্ধে ধাৰা ৩০৬ৰ অধীনত(আত্মহত্যাৰ বাবে উচটোৱা) আৰু ধাৰা ৩৯৫ৰ অধীনত(ডকাইতিৰ বাবে শাস্তি) এটা (২৫২৮/২০১৯ নম্বৰ) গোচৰ ৰুজু কৰা হৈছে।

বিষয়াগৰাকীয়ে কয় যে দেওবাৰে নিশা এখন চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ৰাজবংশী ওদালগুৰিৰ লোক আৰু তেওঁ গৰমূৰত পৰিয়ালৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল।

ৰাজবংশীৰ পত্নীয়ে দেওবাৰে নিশা গৰমূৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে মহিলা কেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

ৰাজবংশীৰ পত্নীয়ে অভিযোগ কৰে যে দেওবাৰে ৰাতিপুৱা মহিলাকেইগৰাকীৰ পৰা লোৱা ঋণৰ কেইটামান কিস্তি আদায় নিদিয়াৰ বাবে মহিলা ছয় গৰাকীয়ে ৰাজবংশীৰ চাইকেলখন আৰু তেওঁৰ পান কাৰ্ডখন বলপূৰ্বক কাঢ়ি লৈ যায়।

উক্ত ঘটনাৰ পাছতে ৰাজবংশীয়ে আত্মহত্যা কৰা বুলি কোৱা হৈছে।

এখন দোকানত ছেলছমেন হিচাপে কাম কৰা ৰাজবংশীয়ে তেওঁৰ বৌৱেকৰ সৈতে এটা সুকীয়া ব্যৱসায় চলাবলৈ উক্ত মহিলাকেইগৰাকীৰ পৰা ১.৪১ লাখ টকাৰ ঋণ লৈছিল।

আনহাতে, কেইমাহমান পূৰ্বে তেওঁৰ বৌৱেকজনী পৰিয়ালৰ সৈতে যোৰহাট পৰা গৈ ঘটনাৰ সময়লৈক ঘুৰি অহা নাছিল।

ইয়াৰ পাছতে মহিলাকেইগৰাকীয়ে ৰাজবংশীৰ ওপৰত উপৰ্যুপৰি হেঁচা দিয়ে যাৰ বাবে তেওঁ আত্মহত্যাৰ দৰে চূড়ান্ত পথ গ্ৰহণ কৰিবলগীয়া হয়।

অভিযুক্ত আটাইকেইজনী মহিলাকে মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd