• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

ট্ৰেভেলাৰ আৰু ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ ঘটে। সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰেভেলাৰৰ সন্মুখভাগ চূৰ্ণ-বিচুৰ্ণ হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2026 7:52 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰী ভৰ্তি ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু ঘটিছে। গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। মৃতসকলৰ ভিতৰত ট্ৰেভেলাৰৰ চালকজনো আছে।

দেওবাৰে সন্ধিয়া গুৱাহাটী-সোনাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰীৰ নলগেদ্ৰাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিছে। তদন্ত আৰম্ভ কৰা হৈছে।

Apply Now

আৰক্ষী আৰু স্থানীয় ৰাইজৰ মতে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ২৬ জনী যাত্ৰী কঢ়িওৱা ট্ৰেভেলাৰখন। হঠাৎ নলাগেদ্ৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত পৰিল। জানিব পৰা মতে, সেই সময়ত ট্ৰেভেলাৰৰ এটা টায়াৰ ফাটি গৈছিল। ইয়াৰ বাবেই চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেভেলাৰখনে ৰোড ডিভাইডাৰ পাৰ হৈ কাষৰ ৰাস্তাত উঠে। সেই সময়ত বিপৰীত দিশৰ পৰা এখন ট্ৰাক আহি আছিল। ট্ৰেভেলাৰ আৰু ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ ঘটে। সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰেভেলাৰৰ সন্মুখভাগ চূৰ্ণ-বিচুৰ্ণ হৈ পৰে।

দুৰ্ঘটনাটোৰ পিছতে ট্ৰেভেলাৰৰ কেইবাজনো যাত্ৰী আহত হয়। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰৰ কাম হাতত লৈছিল। আহতসকলক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তাত ৬ জন লোকক মৃত বুলি ঘোষণা কৰে। বাকীসকল চিকিৎসাধীন হৈ আছে। ক্ষেত্ৰী থানাৰ আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে সেই স্থানত উপস্থিত হয়।

দুৰ্ঘটনাটোত মৃত্যু হোৱা ৬ জন লোকৰ ভিতৰত দুজনৰ পৰিচয় উদ্ধাৰ হৈছে। তেওঁলোক হৈছে গোপাল দাস, জ্যোতিকা ৰংহাং। গুৰুতৰভাৱে আহতসকলৰ ভিতৰত আছে মুজাহিদুল ইছলাম,জিয়াৰুল ইছলাম, দীপজ্যোতি নাথ আৰু অসীম কোচ।

এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হয় আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত টায়াৰ ফাটি যোৱাটোৱেই দুৰ্ঘটনাৰ অন্যতম কাৰণ বুলি ধাৰণা কৰা হৈছে। অৱশ্যে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে সমগ্ৰ বিষয়টো নিশ্চিতভাৱে জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd