• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাত-ভৰি প্ৰায়ে অৱশ হৈ পৰে? পেশী টানি ধৰে?  এই খনিজ পদাৰ্থৰ অভাৱত ভুগিব আৰু জটিল সমস্যাত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2025 6:45 am
115
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য খনিজ পদাৰ্থৰ ভিতৰত মেগনেছিয়াম অন্যতম। পেশী, স্নায়ু, হাড় আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাম-কাজৰ বাবে এই খনিজ অতি গুৰুত্বপূৰ্ণ। শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সেয়ে মেগনেছিয়ামৰ অভাৱ শৰীৰত এক গুৰুতৰ সমস্যা। যিটো বেছিভাগ মানুহেই আওকাণ কৰে। যেতিয়া শৰীৰত মেগনেছিয়ামৰ মাত্ৰা কমি যায় তেতিয়া কিছুমান লক্ষণ দেখা দিয়ে, যিবোৰ প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে এৰাই চলিব পাৰি।

• পেশীৰ ক্ৰেম্প বা টান: ৰাতি ভৰিৰ ক্ৰেম্প বা হঠাতে পেশীৰ টানি ধৰাটো মেগনেছিয়ামৰ অভাৱৰ এটা সাধাৰণ লক্ষণ। এই খনিজ পেশীৰ গতিবিধিৰ বাবে প্ৰয়োজনীয়।

Apply Now

• দুৰ্বলতা বা ক্লান্তি: যদি আপুনি পৰ্যাপ্ত জিৰণি লোৱাৰ পিছতো দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰে, তেন্তে ই মেগনেছিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে। কাৰণ শৰীৰত শক্তি উৎপাদনত মেগনেছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

• হাত-ভৰি অৱশ হোৱা বা জিনজিননি: মেগনেছিয়ামৰ অভাৱত স্নায়ুৰ সঠিক সংকেত প্ৰদানত সমস্যা হ’ব পাৰে, যাৰ ফলত হাত-ভৰি অৱশ বা জিনজিননি অনুভৱ হ’ব পাৰে।

• মেজাজৰ পৰিৱৰ্তন: মেগনেছিয়ামে মগজুৰ ৰাসায়নিক পদাৰ্থ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই খনিজ পদাৰ্থৰ অভাৱ হ’লে উদ্বেগ, খিংখিঙীয়া বা হতাশাৰ সৃষ্টি হ’ব পাৰে।

• অনিয়মিত হৃদস্পন্দন: মেগনেছিয়ামৰ অভাৱে হৃদযন্ত্ৰৰ স্বাভাৱিক ছন্দত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হৃদস্পন্দন অনিয়মিত হয়।

• ভোক কমি যোৱা: ভোক কমি যোৱা বা খাদ্যৰ প্ৰতি অনীহা হোৱাটো মেগনেছিয়ামৰ অভাৱৰ আন এটা লক্ষণ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd