• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা(স্বা)ত মোক্ষম আঘাত; তিনিচুকীয়াত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে আত্মসমৰ্পন ছয়গৰাকী কেডাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2019 8:49 pm
ULFA cadre surrender

তিনিচুকীয়াত আত্মসমৰ্পন কৰা আলফা সদস্য কেইগৰাকী, উৎস-ইণ্টাৰনেট

7.8k
VIEWS
Share on FacebookShare on Twitter

আলফা স্বাধীনৰ শিৱিৰত মোক্ষম আঘাত হানি শুকুৰবাৰে তিনিচুকীয়া জিলাত ছয়গৰাকী আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰে সংগঠন ত্যাগ কৰি সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ কেডাৰ কেইগৰাকী হ’ল ক্ৰমে- আলোক অসম ওৰফে মিণ্টু মৰাণ, বাঘজানৰ মাৰ্ছেণ্ট অসম ওৰফে প্ৰাণজ্যিৎ মৰাণ, ডুমডুমাৰ অৱন অসম ওৰফে ৰাজীৱ মৰাণ, মাকুম বাৰেকুৰিৰ সংযোগ অসম ওৰফে মিলনজ্যোতি মহন্ত, মাকুম ওকানী গাঁৱৰ পূৰণ অসম ওৰফে কল্যাণ বৰুৱা আৰু কাকপথাৰৰ পবিত্ৰ অসম ওৰফে ফমেন মৰাণ।

আত্মসমৰ্পনকাৰী আলফা সদস্য কেইগৰাকীয়ে সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কালত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে।

অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত চাৰিটা এম কিউ-৮১, দুটা এ কে-৫৬, তেৰটা মেগজিন, দুটা হেণ্ড গ্ৰেণেড আৰু ৩৯৫ জাই সজীৱ গুলী।

উল্লেখযোগ্য যে, অসম আৰু অৰুণাচল সীমান্তত বিশেষকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত বিগত সময়ত সেনা-আৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ বিৰুদ্ধে চলোৱা বৃহৎ অভিযানৰ ফলতে সম্প্ৰতি আত্মসমৰ্পন কৰি মূল সুতিলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ কেডাৰসকল।

বৃহস্পতিবাৰেও দুগৰাকী আলফা(স্বা)ৰ সদস্যই তিনিচুকীয়া সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd