• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়া কি কৰিলে যোৰহাটৰ বীৰাংগনাই!দেহ ব্যৱসায় চক্ৰ চলাই গ্ৰেপ্তাৰ বীৰাংগনা মহিলা মঞ্চৰ ৬ সদস্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2021 7:20 am
Sex-racket-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা মঞ্চৰ আঁৰলৈ দেহ ব্যৱসায় চলাই থকা এটা চক্ৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।

শেহতীয়াকৈ যোৰহাট আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত দেহ ব্যৱসায় চক্ৰ পৰিচালনা কৰি থকা পল্লৱজ্যোতি সন্দিকৈ নামৰ লোক জনৰ লগতে নাগালেণ্ডৰ মোককচাং জিলাৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছতে মহিলা মঞ্চৰ নাম লৈ দেহ ব্যৱসায় চক্ৰ চলাই থকা সকলৰ কথা পোহৰলৈ আহিছে।

Apply Now

বীৰাংগনা মহিলা মঞ্চ নামৰ সংগঠনটোৰ বেনাৰত পৰিচালিত দেহ ব্যৱসায় চক্ৰটোক যোৰহাটৰ পুলিবৰবৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহতীয়া নামৰ অঞ্চলটোৰ পৰা উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক বিভাস দাসে জানিবলৈ দিয়া মতে মহিলা মঞ্চৰ নামত চক্ৰটোৱে পুলিবৰ থানাৰ অন্তৰ্গত বাহতীয়াৰ উক্ত ঘৰটোত দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল।

আৰক্ষীয়ে বাহতীয়াৰ ঘৰটোত অভিয়ান চলাই ঘৰটোত বন্দী কৰি ৰখা তিনিগৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত  ৫৫৫/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে অভিযুক্ত মহিলা কেইগৰাকীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘৰটোত বন্দী কৰি ৰখা নাবালিকা তিনিগৰাকীক বিউটি পাৰ্লাৰত কাম দিয়াৰ প্ৰলোভন দি যোৰহাটলৈ অনা হৈছিল।

মহিলা মঞ্চৰ সদস্যাসকলে এনেদৰে বিভিন্ন গ্ৰাহকক ছোৱালীৰ যোগান ধৰি অহা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd