• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

CABৰ আওতাত নপৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2019 10:22 pm
অমিত শ্বাহৰ ফাইল ফটো

অমিত শ্বাহৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহ তথা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা থকা ৰাজ্যসমূহক নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB)ৰ পৰিসৰৰ পৰা বাহিৰত ৰখাৰ সম্ভাৱনা আছে।

গৃহ মন্ত্ৰী অমিত শ্বাহে আজি তেওঁৰ বাসগৃহত অনুষ্ঠিত বৈঠকত বিভিন্ন ৰাজনৈতিক দল তথা ছাত্ৰ, আঞ্চলিক সংগঠনৰ প্ৰতিনিধিবৰ্গৰ আগত এনে এক ইংগিত দিয়ে।

Apply Now

এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে শ্বাহে বৈঠকত ভাগ লোৱা প্ৰতিনিধিবৰ্গক কয় যে বিধেয়কখন অনাৰ সময়ত উত্তৰ-পূবৰ ৰাইজৰ স্বাৰ্থক ধ্যানত ৰখা হ’ব।

এই প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত CAB প্ৰযোজ্য নহয়।‘

আজিৰ বৈঠকত ভাগ লোৱা সকলো প্ৰতিনিধিয়েই গৃহ মন্ত্ৰী গৰাকীৰ বক্তব্যত সন্তুষ্টি প্ৰকাশ কৰা বুলিও মন্ত্ৰী শৰ্মাই দাবী কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ১০খন স্বায়ত্তশাসিত জিলা পৰিষদ ষষ্ঠ অনুসূচীৰ অধীনত পৰে, আনহাতে ইনাৰ লাইন পাৰ্মিট মিজোৰাম, অৰুণাচল প্ৰদেশ তথা ছিকিমৰ কিছুমান অঞ্চলত প্ৰযোজ্য।

আনহাতে অসম চুক্তিৰ ৬নং দফাৰ পৰ্যালোচনাৰ বাবে গঠিত কমিটিখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে উক্ত দফা কাৰ্যকৰী কৰা হ’ব বুলিও শ্বাহে আজিৰ বৈঠকত আশ্বাস দিয়ে বুলি জানিব পৰা গৈছে।

কংগ্ৰেছৰ ফালৰ পৰা মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকিয়ে বৈঠকত ভাগ লৈ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি ৰাখে।

‘বিধেয়কখনে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত এক শংকাৰ ভাব আনিব‘ মুকুল চাংমাই কয়।

ইফালে বৈঠকৰ পিছত সাংবাদিকৰ আগত অগপৰ সভাপতি অতুল বৰাই বৰ্তমান এই সম্পৰ্কত কোনো স্পষ্ট বক্তব্য প্ৰকাশ নকৰি বিধেয়কখনৰ ড্ৰাফত কি আছে সেইখিনি চাইহে মন্তব্য দিব বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd