• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ সভাত “কা” বিৰোধী শ্লোগান : মুখ্য অতিথিৰ প্ৰতিক্ৰিয়া

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , January 20, 2020 4:41 pm

1 min read

WhatsApp Image 2020-01-20 at 12.21.35 PM

আৰ পি আই নেতা ৰেজাউল কৰিম। ফটো: নৰ্থইষ্ট নাও

184.6k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ মইনবড়িৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দেওবাৰে নিশা অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সভাত “কা” বিৰোধী শ্লোগান দিয়া কাৰ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(আথেৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে ৷

সংবাদ মাধ্যমৰ আগত ৰেজাউল কৰিমে কয় যে, কালি মইনবড়িৰ ছানৰাইজ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ সভাত তেওঁ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছিল ৷

বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ লগতে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰা বুলি তেওঁ জনায় ৷

ভাষণ শেষ কৰি মঞ্চৰ পৰা নামি অহাৰ সময়ত একাংশ লোকে তেওঁক আগভেটি ধৰে আৰু বিভিন্ন শ্লোগান দিয়ে আৰু আৰক্ষীৰ সহায়তহে তেওঁ সেই স্থানৰ পৰা আহিবলৈ সক্ষম হোৱা বুলি কয় ৷

আৰ পি আই দলৰ উত্থানত কংগ্ৰেছ দলে শংকিত হৈ পৰিকল্পিতভাবে এই কাম কৰা বুলি ৰেজাউল কৰিমে অভিযোগ কৰে৷

এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd