• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাত চাহ বাগিচাৰ পাম্প লাইনত লাজুকী বান্দৰ উদ্ধাৰ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , June 23, 2019 2:43 pm

1 min read

বোকাখাত চাহ বাগিচাৰ পাম্প লাইনত লাজুকী বান্দৰ উদ্ধাৰ
6.9k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত চাহ বাগিচাৰ পাম্প লাইন এলেকাৰ এঘৰ মানুহৰ বাৰীৰ কলগছৰ পৰা এটা লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। শনিবাৰে নিশা কলগছৰ পৰা নামি জেওৰাত উঠা লাজুকী বান্দৰটোক প্ৰথমে স্থানীয় লোকে প্ৰতক্ষ্য কৰি মাৰিবলৈ উদ্যত হৈছিল।

পিছত স্থানীয় মন্টু মুণ্ডা নামৰ এজন যুৱকে মানুহৰ জুমটোৰ পৰা লাজুকী বান্দৰটোক উদ্ধাৰ কৰি নিজৰ বাসগৃহলৈ লৈ যায়।

আজি পুৱা স্থানীয় যুৱক চন্দন মুণ্ডাৰ সহযোগত আৰু যুৱ নেতা আকাশ ফুকনৰ বিশেষ তৎপৰতাত বান্দৰটোক কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰীৰ হাতত মন্টু মুণ্ডাই অৰ্পণ কৰে। উল্লেখযোগ্য যে উদ্ধাৰৰ সময়ত বান্দৰটোয়ে মন্টু মুণ্ডাক আক্ৰমনো কৰিছিল।

বিৰল প্ৰজাতি লাজুকী বান্দৰ বোকাখাত চাহ বাগিচাৰ উত্তৰাঞ্চলৰ পাম্প লাইনত উদ্ধাৰ হোৱা ঘটনা অতিকে তাৎপৰ্যপূৰ্ণ। চাহ বাগিচাৰ ঠাই বিশেষে লাজুকী বান্দৰ আছে যদিও বোকাখাত চাহ বাগিচাত আজিলৈকে কোনেও লাজুকী বান্দৰ দেখা নাছিল।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd