• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

সমগ্ৰ অসমত অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে অসমীয়া মাধ্যমৰ পাঠদান আৰম্ভ স্মাৰ্ট আই এ এছ ফাউণ্ডেচনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 3, 2024 5:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্থানীয় ভাষাত অধ্যয়নৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া ভাষাত পাঠদান আৰম্ভ কৰিছে এ পি এছ চি আৰু ইউ পি এছ চিৰ কোচিঙৰ বাবে সুপৰিচিত প্ৰতিষ্ঠান স্মাৰ্ট আই এ এছ ফাউণ্ডেচনে। এই উপলক্ষ্যে অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে চি ই চিৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী দিপাংকৰ দত্তৰ লগতে অন্যান্য বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীসকল।

ইফালে এই অনুষ্ঠানৰ সময়তে প্ৰতিষ্ঠানটোৰ অন্যতম পৰিচালক আশীৰ্বাদ কুমাৰৰ ‘ইণ্ডিয়ান পলিটি’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। উল্লেখ্য যে, এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে ওছৱাল পাব্লিকেশ্যনে। 

Apply Now

প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক অনিমেশ হাজৰিকাই অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অসমীয়া ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে বিষয়বস্তু অধিক সহজে বুজিব পাৰিব আৰু মনত ৰাখিব পাৰিব। আনকি জটিল বিষয়বোৰো তেওঁলোকৰ বাবে সহজ আৰু স্পষ্ট হৈ পৰিব।

তেওঁ কয়, “আমি বিচাৰো যে ছাত্ৰ-ছাত্ৰীসকলে যিটো ভাষাত শিকিবলৈ আৰু বুজিবলৈ অধিক সুবিধাজনক অনুভৱ কৰে, সেই ভাষাতে তেওঁলোকে অধ্যয়ন কৰক। যাতে সেই ভাষাই তেওঁলোকৰ সফলতাৰ বাটত বাধাৰ সৃষ্টি নকৰে।”

উল্লেখ্য যে, এই পদক্ষেপে ভাষাৰ প্ৰাচীৰ ভাঙি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বাংগীন আৰু সুলভ শিক্ষাৰ প্ৰতি স্মাৰ্ট আই এ এছ ফাউণ্ডেচনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। দিপাংকৰ দত্তই এই নতুন পাঠদানক লৈ উল্লাস ব্যক্ত কৰি শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰস্তুতিৰ প্ৰতিটো পদক্ষেপতে সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। লগতে অসমীয়া মাধ্যমৰ পাঠদানৰ সমান্তৰাভাৱে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ অধ্যয়ন সামগ্ৰী আৰু পুথিভঁৰালৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।

মন কৰিবলগীয়া যে, স্মাৰ্ট আই এ এছ ফাউণ্ডেচনে অভিজ্ঞ অধ্যাপক আৰু ব্যক্তিগত নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীসকলক উচ্চমানৰ কোচিং প্ৰদান কৰি আহিছে, যিয়ে তেওঁলোকক অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা অৰ্জন কৰাত সহায় কৰি আহিছে। আনহাতে, বহল পৰিসৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গুণগত শিক্ষা উপলব্ধ কৰাৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ পাঠদানৰ প্ৰৱৰ্তন শিক্ষা প্ৰতিষ্ঠানখনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd