• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু, বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ; কৈছে গৱেষণাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 2:58 pm
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনন্দিন কাম-কাজ, পঢ়া-শুনা, বজাৰ-সমাৰ, মনোৰঞ্জন – সকলো কামতে মানুহে মোবাইল বা কম্পিউটাৰৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুৱেও এই কম্পিউটাৰ বা মোবাইলটো চাই বহু সময় কটায়। যিয়ে চকুৰ ক্ষতি কৰাই নহয়, গাঁঠিৰ বিষ, এটা অৱস্থাত বহু সময় বহি থকাৰ বাবে শৰীৰৰ গাঁথনিগত সমস্যাৰ সৃষ্টি কৰে।

ব্ৰাজিলৰ গৱেষকসকলে কৰা এক অধ্যয়নত দেখা গৈছে যে কেৱল কঁকাল বা মেৰুদণ্ডৰ সমস্যাই নহয়, ঘণ্টাৰ পিছত ঘণ্টা মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণলৈ চাই থকাৰ বাবে চকুৰ সমস্যা হয়, বহু সময় বহি বা শুই থাকিলে পেটত চাপ পৰে। সেয়ে, হজমৰ সমস্যা হোৱাটো স্বাভাৱিক।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

এই অধ্যয়নত বিজ্ঞানীসকলে মূলতঃ ‘থ’ৰাচিছ স্পাইন পেন’ বা ‘টি এছ পি’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কাৰণ দীৰ্ঘ সময় বহি থাকিলে বুকুৰ ঠিক পিছফালে থকা এই অংশটো ক্ষতিগ্ৰস্ত হয়, যিটো ডিঙিৰ গুৰিৰ পৰা কঁকালৰ মেৰুদণ্ডলৈকে বিস্তৃত হৈ থাকে।

Apply Now
প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

চাও পাওলোৰ এখন বিদ্যালয়ৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কেইবাটাও শিশুৰ ওপৰত কৰা এক অধ্যয়নত বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে। বেছিভাগেই যৌৱনৰ সীমাত থকা কিশোৰ-কিশোৰী আৰু শিশুৱে এই সমস্যাৰ সন্মুখীন হয়।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

অৱশ্যে এই সমস্যা কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজতেই দেখা পোৱা নাযায়, যিকোনো বয়সৰ মানুহৰ এনে কঁকালৰ সমস্যা হ’ব পাৰে। গৱেষক আলবাৰ্টো ভিটাই কয়, “আমি ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই অধ্যয়ন কৰিছিলোঁ। ইয়াক বিভিন্ন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক সচেতন কৰি তোলাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।”

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

বহু সময় বহি থকাৰ পিছত কঁকাল আৰু গাঁঠিৰ বিষ হোৱাটো অস্বাভাৱিক নহয়। কিন্তু এই বিষৰ পৰিমাণ বৃদ্ধিৰ বাবে দায়ী ক’ৰ’না পৰিস্থিতি। এনে যন্ত্ৰৰ ব্যৱহাৰে বিভিন্ন বয়সৰ লোকৰ শৰীৰৰ বিভিন্ন অংশত বিষৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd